• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ত ভূমিস্খলনত দুগৰাকী মহিলা ক্ৰিকেটাৰ নিহত, তিনিগৰাকী সন্ধানহীন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2020 9:24 am
Landslide-1-750x375
334
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ মুনেইত এক ব্যাপক ভূমিস্খলনৰ ফলত দুগৰাকী মহিলা ক্ৰিকেটাৰে মৃত্যুক সাৱটি লোৱাৰ লগতে আন তিনিগৰাকী সন্ধানহীন হৈ পৰিছে।

বিগত ছয়দিন ধৰি ৰাজ্যখনত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতেই এই ভূমিস্খনৰ ঘটনা সংঘটিত হৈছিল।

বাতৰি অনুসৰি, ক্ৰিকেটাৰ ৰাজিয়া আহমেদ আৰু ফিৰোজা খানৰ মৃতদেহ ধ্বংসাৱশেষৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে। ৰাজিয়া আহমেদে ৰাজ্যখনৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিল।

পূব খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক ছিলভেষ্টাৰ নংটাইঙাৰে কয় যে সন্ধানহীন লোককেইজনক উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে।

মেঘালয় ক্ৰিকেট সংস্থাৰ সাধাৰণ সচিব গিডেৱন খাৰকংগাৰে কয় যে ৰাজিয়াই ২০১১-১২চনৰ পৰাই বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিছিল।

বৃহস্পতিবাৰে পুৱা শ্বিলঙত তেওঁলোকৰ কোৱাৰ্টাৰৰ পৰা ধ্বংসাৱশেষসমূহ পৰিষ্কাৰ কৰিবলৈ নিয়োগ কৰা দুগৰাকী কৰ্মীৰ বৃহস্পতিবাৰে মৃত্যু হয়।

ৰাজ্যখনৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ বাতৰি পোৱা গৈছে আৰু গড়কাপ্তানি বিভাগৰ কৰ্মীসকলক ধ্বংসৱশেষসমূহ পৰিষ্কাৰ কৰাৰ কামত লগোৱা হৈছে।

পশ্চিম খাচী পাহাৰ জিলাৰ মৌচিনৰাট-থাইয়েমত ৰিয়াংডো-বামিল পথৰ আৰু মৌচিনৰাট-হাহিম পথৰ একাংশ ক্ষতিগ্ৰস্ত হোৱাত যানবাহনৰ যাতায়ত প্ৰভাৱিত হৈ পৰিছে।

দুয়োখন জিলাক সংযোগিত কৰি ৰখা ৬২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা ডুমনিকুৰা কাঠৰ দলংখন উটুৱাই নিয়াৰ ফলত বৃহস্পতিবাৰৰ পৰা দক্ষিণ গাৰো পাহাৰ জিলা পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা বিচ্ছিন্ন হৈ আছে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd