• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মেঘালয়ত অচিনাক্ত ব্যক্তিক উলংগ কৰি প্ৰহাৰ কৰাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 5, 2019 10:34 pm

1 min read

মেঘালয়ত অচিনাক্ত ব্যক্তিক উলংগ কৰি প্ৰহাৰ কৰাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ
1.6k
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাত এজন অচিনাক্ত ব্যক্তিক সম্পূৰ্ণ উলংগ কৰি অতি নিৰ্মমভাৱে মাৰপিট কৰা যুৱকৰ দলটোৰ এজনক আজি মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

পশ্চিম খাছি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে নৰ্থ-ইষ্ট নাওক জনোৱা মতে ব্যক্তিজনক মাৰপিট কৰা ভিডঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰে।

‘গ্ৰেপ্তাৰ কৰা যুৱকজনক টেইবৰলাং মাৰৱেইন (২৪) বুলি চিনাক্ত কৰা হৈছে। তেওঁ ৰানিক’ৰ বজাৰৰ বাসিন্দা। ঘটনাটোত প্ৰায় ৪গৰাকী যুৱক জড়িত হৈ আছিল, বাকি কেইজনক বিচাৰি আমি অভিযান চলাই আছো।‘-তেওঁ কয়।

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে উক্ত ঘটনাটো ৩ জুন তাৰিখে দিনৰ প্ৰায় ১ মান বজাত সংঘটিত হৈছিল।

তেওঁ লগতে কয়, ‘আমাক ভুক্তভোগী ব্যক্তিজন সন্দেহজনক বাংলাদেশী বুলি কোৱা হৈছে। অৱশ্যে আক্ৰমণৰ আঁৰৰ প্ৰকৃত কাৰণ বিচাৰি উলিয়াবলৈ তদন্ত চলাই থকা হৈছে।‘

উল্লেখযোগ্য যে ইতিমধ্য নৰ্থ-ইষ্ট নাওত উক্ত আক্ৰমণৰ বাতৰি ভিডিঅ’সহ প্ৰকাশ পাইছে। পূৰ্বৰ বাতৰিটো পঢ়িবৰ বাবে তলৰ লিংকত ক্লিক কৰক।

মেঘালয়ত অচিনাক্ত ব্যক্তিক উলংগ কৰি নিৰ্মম প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd