• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ত প্ৰৱেশৰ পূৰ্বেই বহিৰাগত লোকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম-ঠিকনা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2019 1:22 pm
1-1140x570

প্ৰতিনিধিত্বমূলক ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত প্ৰৱেশৰ পূৰ্বে বহিৰাগত লোকে এতিয়াৰে পৰা সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে চৰকাৰৰ ঘৰত নাম-ঠিকনা পঞ্জীয়ন কৰিব লাগিব।

শুকুৰবাৰে কনৰাড চাংমা নেতৃত্বাধীন মেঘালয় চৰকাৰৰ কেবিনেটে ৰেছিডেণ্টছ ছেফটী এণ্ড ছিকিউৰিটী এক্ট ২০১৬ৰ সংশোধনীৰ জৰিয়তে বহিৰাগতসকলে ৰাজ্যৰ কৰ্তৃপক্ষৰ সৈতে পঞ্জীয়নৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াৰ ৰূপায়নৰ সিদ্ধান্তটো গ্ৰহণ কৰে।

Apply Now

ৰাজ্য চৰকাৰে প্ৰস্তাৱিত সংশোধনীক এখন অধ্যাদেশৰ ৰূপত অনুমোদন জনায়। এই অধ্যাদেশৰ আওতাৰ পৰা স্থায়ী বাসিন্দাসকলৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক আঁতৰাই ৰখা হৈছে।

উপ মুখ্য মন্ত্ৰী প্ৰেষ্ট’ন টাইছঙে কয়, ‘’বৰ্তমানৰ আইনখন সংশোধন কৰি বাহিৰৰ পৰা অহা ভাড়াতীয়া, শ্ৰমিক, পৰ্যটক আৰু অন্য কোনো উদ্দেশ্যত ৰাজ্যখনলৈ ভ্ৰমণ কৰা বা থকা লোকসকলে তেওঁলোকৰ নিজৰ স্বাৰ্থৰ লগতে মেঘালয়ৰ স্বাৰ্থত পঞ্জীয়ন কৰিব লাগিব।‘’

‘’২০১৬ চনত যেতিয়া এই আইনখন অনা হৈছিল, তেতিয়া কেৱল ভাড়াতীয়া লোকসকলৰ দিশটো লক্ষ্য কৰা হৈছিল,’’-কেবিনেট বৈঠকৰ পাছতে প্ৰেষ্টনে সাংবাদিকক জানিবলৈ দিয়ে।

‘’মাটিৰ গৰাকীসকলক কাগজ পত্ৰ জমা কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু তেওঁলোকে সেয়া পৰম্পৰাগত মুৰব্বীসকলক জনোৱা উচিত,’’-তেওঁ লগতে কয়।

সংশোধিত আইনখন সৰ্বাত্মক তথা সুৰক্ষিত বুলি প্ৰকাশ কৰি টাইছঙে কয় যে পঞ্জীয়নৰ বাবে লোকসকলে নিৰ্দিষ্ট কিছু নিয়ম মানিব লাগিব।

‘’পঞ্জীয়নৰ বাবে প্ৰক্ৰিয়াটো উজু হোৱাটো নিশ্চিত কৰিবলৈ আমি বৰ্তমানৰ নিয়মৰো পুনৰ খচৰা প্ৰস্তুত কৰিম আৰু আমি লগতে পঞ্জীয়ন অনলাইন কৰাৰ ব্যৱস্থা কৰিম,’’-তেওঁ কয়।

‘’তোনো ব্যক্তিয়ে তথ্য যোগান ধৰিবলৈ ব্যৰ্থ হ’লে ভাৰতীয় দণ্ডবিধিৰ ১৭৬/১৭৭ ধাৰাৰ অধীনত শাস্তিৰ সন্মুখীন হ’ব লাগিব,’’-টাইছঙে জনায়।

তেওঁ লগতে জানিবলৈ দিয়ে যে এই ব্যৱস্থাটো আন্ত:ৰাজ্যিক পাৰপত্ৰৰ সৈতে জড়িত নহয় কিয়নো সংশোধনীটো বৰ্তমানৰ আইনখনক অধিক শক্তিশালী কৰাৰ বাবে অনা হৈছিল।

টাইছঙে লগতে কয়,’’ৰাজ্যখনৰ স্থায়ী বাসিন্দা অজনজাতীয় লোকসকলে চিন্তা কৰাৰ কাৰণ নাই কিয়নো পঞ্জীয়ন প্ৰক্ৰিয়াটো বাহিৰৰ পৰা যিসকল আহে তেওঁলোকৰ বাবেহে প্ৰযোজ্য হ’ব।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd