DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অস্থায়ী তালিকাত মেঘালয়ৰ ৰুট ব্ৰীজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2022 5:42 pm
Root bridge in Meghalaya
178
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ মানচিত্ৰত উজ্বলি উঠিল মেঘালয়ৰ অপূৰ্ব লিভিং ৰুট ব্ৰীজসমূহ (root bridge)। ৰাজ্যখনৰ অতি ভিতৰুৱা ৭৫ খনকৈ গাঁৱত দেখিবলৈ পোৱা এই ৰুট ব্ৰীজসমূহক ৰাষ্ট্ৰসংঘৰ ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ তথা ৱৰ্ল্ড হেৰিটেড চাইট হিচাপে স্বীকৃতি দিছে।

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অস্থায়ী তালিকাত মেঘালয়ৰ এই ৰূপ ব্ৰীজসমূহক স্থান দিয়া হৈছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শেহতীয়াকৈ এটা টুইটযোগে এই কথা জনাইছে।

 

Delighted to share that “Jingkieng Jri: Living Root Bridge Cultural Landscapes of Meghalaya” has been included in the @UNESCO World Heritage Site tentative list. I congratulate all community members and stakeholders in this ongoing journey.@PMOIndia

— Conrad Sangma (@SangmaConrad) March 28, 2022

উল্লেখযোগ্য যে এই ৰুট ব্ৰীজসমূহক মেঘালয়ৰ খাছীসকলে জিংকিয়েং জ্ৰি (Jingkieng Jri) বুলি কয়। সাধাৰণতে মেঘালয়ৰ দক্ষিণ অঞ্চলত এই ৰুট ব্ৰীজসমূহ পোৱা যায়।

মূলতঃ খাছী আৰু জয়ন্তীয়াসকলেই এই ৰুট ব্ৰীজসমূহ প্ৰতিপালন কৰি আহিছে। এইসমূহে ৰাজ্যখনৰ পৰিৱেশ সুৰক্ষাৰ উপৰিও পৰ্যটন, যোগাযোগৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে।

১৮৪৪ চনৰ জাৰ্ণাল অৱ দ্য এছিয়াটিক চছাইটি অৱ বেংগলে চেৰাপুঞ্জী সম্পৰ্কীয় এটা টোকাত এই শিপাসমূহৰ বিষয়ে প্ৰথমবাৰ উল্লেখ কৰা হৈছিল।

ফিগ নামৰ এই উদ্ভিদৰ প্ৰজাতিৰ বিশাল শিপাৰ ঠাল ঠেঙুলিসমূহেৰে এই ৰুট ব্ৰীজসমূহৰ গঠন হৈছে। মেঘালয়ত পৃথিৱীৰ আটাইতকৈ বেছি পৰিমাণৰ বৰষুণ হয় বাবেই এই গছৰ শিপাসমূহে ঠন ধৰি উঠে।

গছৰ শিপাসমূহে সৰু সৰু নৈৰ ওপৰত থকা বাবে দুৰ্গম অঞ্চলসমূহৰ যোগাযোগৰ ক্ষেত্ৰতো সহায়ক হৈ আহিছে। একোডাল ৰুট ব্ৰীজ পঞ্চাশ মিটাৰ পৰ্যন্ত দীঘল হ’ব পাৰে।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দি ইউনেস্ক’ই কয় যে এই ৰুট ব্ৰীজসমূহে শ শ বছৰ ধৰি মানুহ আৰু প্ৰকৃতিৰ মাজত ভাৰসাম্যতা বৰ্তাই আহিছে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd