• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘এইবাৰ পৰাজিত ট্ৰাম্পৰ সংসাৰো ভাঙিব; ট্ৰাম্পৰ কাষৰ পৰা পুত্ৰসহ আঁতৰিব পত্নী মেলানিয়া’, সতীৰ্থৰ উদ্ধৃতিৰে ডেইলী মেইলৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2020 5:22 pm
index.jpg
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বিডেনে বৃহৎ পৰিমাণৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক।

নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ড’নাল্ড ট্ৰাম্পৰ সংসাৰ ভাঙিব বুলি চৰ্চা হৈছে।

Apply Now

আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থা ডেইলী মেইল-এ ড’নাল্ড ট্ৰাম্পৰ পত্নী মেলানিয়া ট্ৰাম্পৰ এসময়ৰ সহযোগী ষ্টীফেন ভলক’ফৰ উদ্ধৃতিৰে দাবী কৰিছে যে মেলানিয়াই ড’নাল্ড ট্ৰাম্পৰ সৈতে বিবাহত্তোৰ চুক্তিৰ সম্পৰ্কে আলোচনা আৰম্ভ কৰিছে।

ভলক’ফৰ উদ্ধৃতিৰে লগতে ডেইলী মেইল-এ দাবী কৰিছে যে ট্ৰাম্প দম্পতীয়ে নিজৰ মাজত আৰু পুত্ৰ বাৰ’ণ ট্ৰাম্পৰ সম্পত্তি সমান ভাগ বতৰাৰ সন্দৰ্ভতো আলোচনা অব্যাহত ৰাখিছে।

ভলক’ফৰ মতে হোৱাইট হাউছত পূৰ্বৰে পৰা পৃথক পৃথক শোৱনি কোঠা ব্যৱহাৰ কৰি আহিছে ড’নাল্ড আৰু মেলানিয়াই। আনকি তেওঁলোকৰ বিবাহক লেনদেনমূলক বুলিও অভিহিত কৰিছে ভলক’ফে।

ইফালে একে সময়তে ড’নাল্ড ট্ৰাম্পৰ পূৰ্বৰ ৰাজনৈতিক সহায়ক অ’মাৰ’ছা মেনিগ’ল্ট নিউমেনও দাবী কৰিছে যে ড’নাল্ড ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পৰ ১৫ বছৰীয়া দাম্পত্য জীৱনৰ ইতি পৰিছে। মেলানিয়াই কেৱল ক্ষণহে গণি আছে। তেওঁৰ মতে হোৱাইট হাউছৰ পৰা ওলায়ে মেলানিয়াই ড’নাল্ড ট্ৰাম্পক বিবাহ বিচ্ছেদ দিব।

অ’মাৰ’ছাই লগতে দাবী কৰিছে যে মেলানিয়াই ট্ৰাম্পক প্ৰতিশোধ লোৱাৰ বাবে সুযোগৰ অপেক্ষাত ক্ষণহে গণি আছিল।

আনহাতে ডেইলী মেইলৰ মতে মেলানিয়াই পূৰ্বৰ এক সাক্ষাৎকাৰ ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ মাজৰ সম্পৰ্কটো এটা গভীৰ সম্পৰ্ক বুলিও অভিহিত কৰিছিল।

উল্লেখ্য যে ট্ৰাম্পে দ্বিতীয় পত্নী মাৰ্লা মেপল্ছৰ সৈতে বিবাহ বিচ্ছেদ কৰাৰ পিছতে ১৯৯৮ চনৰ পৰা মেলানিয়া আৰু ড’নাল্ড ট্ৰাম্পৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভ হৈছিল। সেই সময়ত ড’নাল্ড ট্ৰাম্পৰ বয়স আছিল ৫২ আৰু মেলানিয়াৰ বয়স ২৮ বছৰ।

২০০৪ বৰ্ষত ১.৫ মিলিয়ন মাৰ্কিন ড’লাৰ মূল্যৰ এটা ডাইমণ্ডৰ আঙুঠি পিন্ধাই ড’নাল্ড ট্ৰাম্পে মেলানিয়াক বিবাহৰ প্ৰস্তাৱ দিছিল আৰু ২০০৫ চনৰ ২২ জানুৱাৰীত তেওঁলোক বিবাহপাশত আৱদ্ধ হৈছিল।

দুয়োপক্ষৰ একালৰ সতীৰ্থৰ দাবীৰে এতিয়া আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহে ড’নাল্ড ট্ৰাম্প আৰু মেলানিয়াৰ বিবাহ বিচ্ছেদ প্ৰায় নিশ্চিত বুলি দাবী কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

সূৰ্য্যত ভয়ংকৰ বিস্ফোৰণ,পৃথিৱীৰ দিশে আহি আছে সৌৰ ছুনামী, কি হ’ব পাৰে?

October 9, 2026 3:34 pm
মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

মাত্ৰ এটকাতেই লাভলীনাই লাভ কৰিব চাৰিবিঘা ভূমি  : পলাশবাৰীত স্থাপনৰ কৰা হ’ব বক্সিং একাডেমী

October 9, 2026 3:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত প্ৰথম জামিন অমৃতপ্ৰভা মহন্তৰ : ৫০ হাজাৰ টকাৰ বণ্ডত মুক্তিৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

October 9, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd