DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিৰ প্ৰসংগতেই সাংসদ খালেকৰ প্ৰশ্ন “হু ইজ হিমন্ত?”

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
August 31, 2019 2:53 pm
index

বৰপেটাত শনিবাৰে সাংসদ আব্দুল খালেকৰ সংবাদম মেল। ফটো : নৰ্থইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

বহু জল্পনা কল্পনা আৰু উৎকণ্ঠাৰ অন্তত শনিবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত তালিকা ৷

এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ কিছু সময় পাছতে আজি বৰপেটা প্ৰেছ ক্লাৱত সংবাদ মেলৰ আয়োজন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷

সাংসদ গৰাকীয়ে এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ সম্পূৰ্ণৰূপে সন্তুষ্ট নহয় বুলি জানিবলৈ দিয়ে।

এন আৰ চিৰ চূড়ান্ত তালিকাত বহু প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভূক্ত নহ’ল বুলি উল্লেখ কৰি এই লোকসকলক কিদৰে ন্যায় দিব পাৰি সেয়াও চিন্তাৰ বিষয় বুলি খালেকে মন্তব্য কৰে ৷

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই এন আৰ চিক একপ্ৰকাৰ নস্যাৎ কৰা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খালেকে প্ৰশ্ন কৰে “হু ইজ হিমন্ত বিশ্ব?”

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত তথা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত প্ৰস্তুত কৰা এন আৰ চিক লৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী এগৰাকীয়ে নস্যাৎ কৰাৰ কোনো অধিকাৰ নাই বুলি তেওঁ কয় ৷

যদিহে এন আৰ চিক লৈ মন্ত্ৰীগৰাকী সন্তুষ্ট নহয় তেন্তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাৰ বাবে প্ৰত্যাহ্বান জনায় বৰপেটাৰ সাংসদ গৰাকীয়ে ৷

আনহাতে, শাসকীয় দলৰ দুই এগৰাকী বিধায়কে পৰিবেশ প্ৰদূষিত কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd