DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, April 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 3, 2022 7:39 pm
166
VIEWS
Share on FacebookShare on Twitter

বিপুল খাটনিয়াৰ অসমৰ গল্প সাহিত্যৰ জগতৰ অন্যতম এক জনপ্ৰিয় নাম। গল্পকাৰ খাটনিয়াৰৰ বহুকেইটা গল্পই তেওঁৰ পাঠকসকলৰ অন্তৰ চুই যাবলৈ সক্ষম হৈছিল।

যোৱা বৰ্ষৰ ৪ জুলাইত গল্পকাৰগৰাকীয়ে ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তালৈ লক্ষ্য ৰাখি বিপুল খাটনিয়াৰ সোঁৱৰণী মঞ্চ আৰু নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ যৌথ উদ্যোগত অহা ৪ জুলাইৰ বিয়লি ৩.৪৫ বজাৰ পৰা উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত খাটনিয়াৰৰ মৃত্যু বৰ্ষপূৰ্তি তথা বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছে।

অনুষ্ঠানটোত সভাপতিততত্ব কৰিব অহিজুদ্দিন শ্বেখে। আমন্ত্ৰিত অতিথি হিচাপে থাকিব বিশিষ্ট সাহিত্যিক অৰূপা পাটংগীয়া কলিতা। বক্তৃতা প্ৰদান কৰিব বিশিষ্ট সমালোচক বিভাস চৌধুৰী, কবি-চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰী আৰু কবি সমীন্দ্ৰ হুজুৰীয়ে।

অনুষ্ঠানটোতে ‘খোজৰ শব্দ’ নামেৰে এখনি স্মৃতিগ্ৰন্থও মুকলি কৰা হ’ব। ‘বিপুল খাটনিয়াৰ সোঁৱৰণি মঞ্চ’ৰ হৈ ৰীণা খাটনিয়াৰ, সঞ্জীৱপল ডেকা, ৰশ্মিৰেখা বৰা আৰু নতুন সাহিত্য পৰিষদ, দক্ষিণ গুৱাহাটী শাখাৰ হৈ সুভষ শৰ্মা আৰু নীলিমা দত্ত চৌধুৰীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সমূহ সাহিত্য অনুৰাগীক অনুষ্ঠানটোত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে।

Recent News

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আকৌ উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল কামৰূপৰ লাট মণ্ডল

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

আত্মসমৰ্পণ কৰিলে ভুৱা মাৰ্ক শ্বীটৰ গোচৰত দোষী সাব্যস্ত হোৱা বিজেপি বিধায়কে

অল দেট ব্ৰেথছ্

অল দেট ব্ৰেথছ্

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

পঞ্চায়ত সভানেত্ৰীৰ গুণ্ডাৰাজ : বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd