DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

“ঋতুস্ৰাৱৰ ৰক্ত” দেখুওৱা বিজ্ঞাপনৰ বিৰুদ্ধে দিয়া আপত্তি-অভিযোগ নাকচ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2019 9:24 am
Sanitary pad ad

আপত্তি-অভিযোগৰ সৃষ্টি কৰা বিজ্ঞাপনটো।

171.8k
VIEWS
Share on FacebookShare on Twitter

ঋতুস্ৰাৱৰ সময়ত মহিলাৰ শৰীৰৰ পৰা নিৰ্গত ৰক্ত দেখুওৱা টেলিভিশ্যনৰ এটা বিজ্ঞাপনৰ বিৰুদ্ধে বহুতো নাগৰিকে কৰা আপত্তি আৰু অভিযোগ নাকচ কৰিছে অষ্ট্ৰেলিয়াৰ উদ্যোগ নিয়ামকে (Australia’s industry regulator)।

বিজ্ঞাপনটো ছেনিটেৰি পেডৰ এটা জনপ্ৰিয় ব্ৰেণ্ড Libra-ই দিছিল আৰু তাত তেজৰ দাগলগা অন্তৰ্বাস আৰু ঋতুস্ৰাৱ হৈ থকা এগৰাকী মহিলাৰ ভৰিত তেজৰ চেকুৰা লাগি থকা দেখুওৱা হৈছিল।

টেলিভিশ্যন প্ৰগ্ৰামৰ দৰ্শকসকলে নিচেই কমেও ৬০০খন অভিযোগ দাখিল কৰি বিজ্ঞাপনটো প্ৰদৰ্শনৰ অনুপযুক্ত বুলি আপত্তি কৰিছিল।

কিন্তু তেওঁলোকৰ অভিযোগ সবল যুক্তিসহ নাকচ কৰে উদ্যোগ নিয়ামক কৰ্তৃপক্ষই। এই বাতৰিটো বি বি চি নিউজত প্ৰকাশ কৰা হৈছে।

অভিযোগবোৰ নাকচ কৰাৰ লগতে মহিলাৰ প্ৰাকৃতিক তথা জৈৱিক প্ৰক্ৰিয়া ঋতুচক্ৰক লৈ সমাজত চলি থকা নেতিবাচক ধাৰণাবোৰ আঁতৰোৱাত ই সহায় কৰিব বুলি ইয়াত থকা বাৰ্তাক প্ৰশংসা কৰা হয়।

“এড ষ্টেণ্ডাৰ্ডে” কয়, বিজ্ঞাপনটোৱে সমতাক উৎসাহিত কৰাৰ লগতে ঋতুস্ৰাৱক ৰহস্যকৰ হিচাপে থকা ধাৰণাক দূৰ কৰিব যেন লাগে।

“আমি কিয় ঋতুস্ৰাৱৰ বিষয়ে কথা পাতিব নোৱাৰো। ঋতুস্ৰাৱ সম্পৰ্কীয় লজ্জাই বহুতো স্কুলীয়া ছাত্ৰীৰ জীৱন কাঢ়িছে”, বিজ্ঞাপনটোৰ সপক্ষে এইদৰে কয় নিয়ামক কৰ্তৃপক্ষই।

Libra-ৰ ভিত্তি কোম্পানি Asaleo Care-এ কয় বিজ্ঞাপনটোৱে প্ৰচলিত গোড়া বিশ্বাস (taboo) আৰু মহিলা আৰু ছোৱালীবোৰৰ ঋতুস্ৰাৱ ঘটাৰ সময়ত হোৱা লজ্জাপূৰ্ণ অনুভৱৰ মোকাবিলা কৰিব।

বিজ্ঞাপনটোত “ঋতুচক্ৰ স্বাভাৱিক, তাক প্ৰদৰ্শন কৰাটোও একেই কথা হোৱা উচিত” -এই টেক্সট দেখুওৱা হয়।

যিসকল লোকে ইয়াৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ কৰিছিল, তেওঁলোকে ইয়াক “আপত্তিকৰ, অনুপযুক্ত আৰু অস্বস্তিকৰ” আখ্যা দিছিল।

অভিযোগবোৰৰ প্ৰতি সঁহাৰি দি নিয়ামক কৰ্তৃপই এইটো মানি লৈছে যে কিছুমান লোকে এই শৰীৰজাত স্ৰাৱ টেলিভিশ্যনত প্ৰদৰ্শন নকৰাটো বিচাৰে। কিন্তু লগতে কয়, বিজ্ঞাপনটোৱে কোনো উদ্যোগ নীতি ভংগ কৰা নাই।

নিয়ামক কৰ্তৃপক্ষটোৱে বিজ্ঞাপনটো প্ৰাইম টাইমৰ সময়ত বা শিশুসকলৰ কাৰ্য্যসূ্চী প্ৰচাৰৰ সময়ত প্ৰদৰ্শন কৰাটো উচিত নহয় বুলি কৰা দাবীও নাকচ কৰে।

Recent News

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

Flood in Assam

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

Jasprit Bumrah

বুমৰাহৰ আন এক অভিলেখ: অতিক্ৰম কৰিলে ভুৱনেশ্বৰ কুমাৰ, জাহিৰ খানক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd