• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাক প্ৰতিৰোধ কৰিবলৈ সষ্টম মাৰ্ঘেৰিটা : স্থাপন কৰা হৈছে ৬ টাকৈ কোৱাৰেন্টাইন চেন্টাৰ

NE NOW NEWS মানস প্ৰতীম গগৈ
মাৰ্ঘেৰিটা , May 14, 2020 7:29 am

1 min read

Quarantine-facility-in-Sarusajai-Stadium.-Image-credit-Twitter

প্রতিনিধিত্বমূলক ফটো

939
VIEWS
Share on FacebookShare on Twitter

সমগ্র দেশ তথা ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাও মহামাৰী কোভিড১৯ৰ প্ৰতিৰোধৰ বাবে সাজু হৈছে।

বৰ্তমানলৈকে তিনিচুকীয়া জিলাত এজনো কোভিড১৯ত আক্ৰান্ত লোক চিনাক্ত হোৱা নাই যদিও  জিলা প্ৰশাসন এই মহামাৰী ভাইৰাছবিধক ৰুধিবলৈ তৎপৰ হৈ উঠিছে?

জিলাখনৰ লগতে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনেও ইতিমধ্যে সষ্টম হোৱা পৰিলক্ষিত হৈছে।

ৰেইল যোগে ভাৰতৰ বিভিন্ন স্থানৰ পৰা অসমলৈ আহিব লগীয়া যাত্ৰীসকলক উভতি আহিছে।

বৰ্হিৰাজ্যৰ পৰা উভতি অহা যাত্ৰীসকলক কোৱাৰান্টেইন কৰাৰ বাবে মাৰ্ঘেৰিটাৰ স্থানীয় প্ৰশাসনে মহকুমাটোৰ বিভিন্ন টাইত কোৱাৰান্টেইন চেণ্টাৰ সাজু কৰি তুলিছে।

উপযুক্ত স্থাস্থ্য পৰীক্ষাৰ সাজু হোৱাৰ লগতে মহকুমা প্ৰশাসনে ইতিমধ্যে ৬ টাকৈ কোৰেণ্টাইন চেন্টাৰ।

মহকুমাটোৰ মাৰ্ঘেৰিটা জাগুন আৰু ডিগবৈক সামৰি তিনিটা জ’নত বিভক্ত কৰি চেণ্টাৰসমূহ স্থাপন কৰা হৈছে।

যইয়াৰে মাৰ্ঘেৰিটাৰ মাৰোৱাৰী বিবাহ ভৱন, মাৰ্ঘেৰিটা মহাবিদ্যালয়, মাৰ্ঘেৰিটা ৰাজীৱ ভৱন, গান্ধী বিদ্যা মন্দিৰ আৰু মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবৰ উপৰি ডিগবৈ আৰু জাগুনত স্থাপন হৈছে দুটাকৈ চেন্টাৰ।

Tags: COVID-19

Recent News

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

কৃষ্ণাইত বন বিভাগে জব্দ কৰিলে চোৰাং কাঠসহ যাত্ৰীবাহী টেম্পো, বন মন্ত্ৰীৰ শুভেচ্ছা

Norah fatehi

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd