• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংখ্যাৰ আৱিষ্কাৰৰ পূৰ্বেও আছিল গণিতৰ ধাৰণা: ৮ হাজাৰ বছৰ পুৰণি মৃৎশিল্পই উন্মোচন কৰিলে নতুন তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2025 11:30 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংখ্যা বিজ্ঞানৰ আনুষ্ঠানিক আৱিষ্কাৰৰ আগতেই পৃথিৱীত সংখ্যাৰ ধাৰণাৰ অস্তিত্ব আছিল আৰু সেইবোৰ শিল্প চৰ্চাত ব্যৱহাৰ কৰা হৈছিল। সংখ্যা লিখাৰ পদ্ধতি আৰু আনুষ্ঠানিক গণিত বিকশিত হোৱাৰ বহু হাজাৰ বছৰ আগতেই মানুহে গণিতৰ ধাৰণা ব্যৱহাৰ কৰিছিল বুলি শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে। প্ৰায় ৮,০০০ বছৰ পুৰণি মেছ’পটেমিয়াৰ এটা মাটিৰ পাত্ৰত অংকিত ফুলৰ নক্সাৰ মাজেৰে সংখ্যা, জ্যামিতি আৰু ক্ৰমৰ সুস্পষ্ট ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে।

জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ গৱেষক দলটোৱে খ্ৰীষ্টপূৰ্ব ৬২০০-ৰ পৰা ৫৫০০ চনৰ ভিতৰত উত্তৰ মেছ’পটেমিয়াত বাস কৰা হালাফিয়ান (Halafian) সভ্যতাৰ মৃৎশিল্প অধ্যয়ন কৰিছিল। এই গৱেষণাৰ ফলাফল ‘জাৰ্নেল অৱ ৱৰ্ল্ড প্ৰিহিষ্ট্ৰী’ত প্ৰকাশ পাইছে। গৱেষক যোচেফ গাৰ্ফিংকেল আৰু চাৰা ক্ৰুলৱিচে জনাইছে যে পাত্ৰসমূহত অংকিত ফুলৰ পাহিৰ সংখ্যাই ৪, ৮, ১৬, ৩২ আৰু ৬৪-ৰ দৰে এক নিৰ্দিষ্ট গাণিতিক ক্ৰম অনুসৰণ কৰে।

Apply Now

গৱেষকসকলে ২৯টা প্ৰত্নতাত্ত্বিক স্থানৰ পৰা সংগ্ৰহ কৰা প্ৰায় ৭০০-ৰো অধিক উদ্ভিদভিত্তিক নক্সা বিশ্লেষণ কৰিছে। তেওঁলোকৰ মতে, এই নক্সাবোৰ কেৱল সৌন্দৰ্যবৰ্ধনৰ বাবে নহয়, বৰঞ্চ ঠাইৰ সমান বিভাজন, পুনৰাবৃত্তি আৰু ভাৰসাম্য ৰক্ষা কৰাৰ দৰে উন্নত গাণিতিক জ্ঞানৰ প্ৰতিফলন।

উল্লেখযোগ্য যে সেই সময়ৰ বেছিভাগ শিল্পকৰ্মতে মানুহ বা জীৱ-জন্তুৰ ছবিহে পোৱা গৈছিল। কিন্তু হালাফিয়ান পাত্ৰসমূহত প্ৰথমবাৰৰ বাবে উদ্ভিদক মূল বিষয় হিচাপে ব্যৱহাৰ কৰা হৈছিল। যিহেতু ইয়াত কোনো খাদ্যশস্যৰ ছবি নাই, সেয়েহে এই নক্সাবোৰ ব্যৱহাৰিক খেতিৰ হিচাপ নহৈ বৰঞ্চ এক বিমূৰ্ত (Abstract) চিন্তাধাৰাৰ ফল বুলি গৱেষকসকলে ব্যাখ্যা কৰিছে।

এই অধ্যয়নে প্ৰমাণ কৰিছে যে সংখ্যাৰ আনুষ্ঠানিক আৱিষ্কাৰৰ বহু আগতেই মানুহে দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ জৰিয়তে জটিল গাণিতিক চিন্তাধাৰা বিকশিত কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd