DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ইউৰোপীয় ইউনিয়নৰ তথ্য আমেৰিকাক গতাই দিয়াৰ অভিযোগত মেটাক ১.৩ বিলিয়ন ডলাৰ জৰিমনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2023 7:08 pm
819
VIEWS
Share on FacebookShare on Twitter

ইউৰোপীয় ইউনিয়নৰ ব্যৱহাৰকাৰীসকলৰ তথ্য আমেৰিকাক গতাই দিয়াৰ বাবে ফেচবুকৰ স্বত্ত্বাধিকাৰী মেটাক অভিলেখ পৰিমানৰ ১.২ বিলিয়ন ইউৰো (১.৩ বিলিয়ন ডলাৰ) জৰিমনা বিহা হৈছে।

সোমবাৰে ইউৰোপীয় ইউনিয়নৰ হৈ কাম কৰা আয়াৰলেণ্ডভিত্তিক ডাটা প্ৰটেকচন কমিছনে জনোৱা মতে ইউৰোপীয় ডাটা প্ৰটেকচন ব’ৰ্ডে প্ৰশাসনিক জৰিমনা সংগ্ৰহৰ নিৰ্দেশ দিছে।

লগতে পঢ়ক: আকৌ মণিপুৰত হিংসা, ইম্ফলৰ বজাৰত অগ্নিসংযোগ! সেনাক তলব, পুনৰ সান্ধ্য আইন জাৰি

জৰিমনাৰ সন্দৰ্ভত মেটাই কয় যে তেওঁলোকক পৃথক কৰি দিয়া হৈছে। তেওঁলোক হতাশ হৈ পৰিছে। ৰায়টো ত্ৰুটিপূৰ্ণ আৰু অন্যায়ভাৱে দিয়া হৈছে। ই আন অগণন কোম্পানীসমূহৰ বাবে এক ভয়ংকৰ দৃষ্টান্ত গঢ়ি তুলিলে।

মেটাৰ গ্ল’বেল এফেয়াৰ্ছৰ প্ৰেছিডেন্ট নিক ক্লেগ আৰু মুখ্য আইনী বিষয়া জেনিফাৰ নিউষ্টেডে এটা ব্লগ পোষ্টত কয় যে তেওঁলোকে জৰিমনা বিহাৰ বিৰুদ্ধে আবেদন কৰিব।

সাধাৰণ তথ্য সুৰক্ষা নিয়মৰ অধীনত এইটোৱেই আটাইতকৈ বৃহৎ জৰিমনা। ২০২১ চনত লাক্সেমবাৰ্গত আমাজনক ৭৪৬ মিলিয়ন ইউৰো (৮০৭ মিলিয়ন ডলাৰ) জৰিমনা বিহা হৈছিল।

লগতে পঢ়ক: হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৰাৰ কৌশল নেকি?

ইয়াৰ পূৰ্বে ডাটা প্ৰটেকচন কমিছনে জানুৱাৰী মাহত ফেচবুকক ৩৯ কোটি ডলাৰ জৰিমনা বিহিছিল। ফেচবুকে ইয়াৰ ব্যৱহাৰকাৰীসকলক বিজ্ঞাপন প্ৰকাশৰ অনুমতি দিবলৈ বাধ্য কৰাইছিল, যিটোৱে ইউৰোপীয় ইউনিয়নৰ গোপনীয়তা আইন উলংঘা কৰিছিল। সাধাৰণতে ফেচবুকে ব্যৱহাৰকাৰীৰ অনলাইন কাৰ্যকলাপ নিৰীক্ষণ কৰি প্ৰাসংগিক বিজ্ঞাপন প্ৰদৰ্শন কৰে।

Recent News

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

Odisha train accident

উৰিষ্যাৰ শোকাৱহ ৰে’ল দুৰ্ঘটনা: চিবিআই তদন্ত আহ্বান ৰে’ল মন্ত্ৰালয়ৰ

'Yamuna Jiye Abhiyan' Manoj Misra

‘যমুনা জিয়ে অভিযান’ ৰ মূল হোতা পৰিৱেশকৰ্মী মনোজ মিশ্ৰৰ মৃত্যু

Under construction bridge collapse

উন্নয়নৰ নমুনা! খহি পৰিল ১,৭০০ কোটি টকীয়া নিৰ্মীয়মান দলং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd