• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰযুক্তিৰ যুদ্ধ! টুইটাৰক প্ৰত্যাহ্বান জনাই এটা নতুন এপ লৈ আহিছে মেটাই! কি আছে ইয়াত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2023 8:20 am
238
VIEWS
Share on FacebookShare on Twitter

Meta to unveil new text-based social network দিন যোৱাৰ লগে লগে মেটাৰ (Meta)অন্তৰ্ভুক্ত ছচিয়েল প্লেটফৰ্মসমূহ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে। বাকী প্লেটফৰ্মবোৰে হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ দৰে এপৰ সৈতে প্ৰতিযোগিতাত সংগ্ৰাম কৰিবলগা হৈছে। তাৰ মাজতে এইবাৰ মেটাই টুইটাৰক প্ৰত্যাহ্বান জনাবলৈ এটা নতুন ৰণনীতি গ্ৰহণ কৰিছে।

চেলিব্ৰিটিৰ পৰা সাধাৰণ মানুহলৈকে সকলোৱে বাতৰিৰ বিশ্বাসযোগ্যতাৰ ক্ষেত্ৰত টুইটাৰ (Twitter)ৰ ওপৰত নিৰ্ভৰ কৰে। নেটিজেনসকলে কেইটামান শব্দ লিখি দ্ৰুত আপডেট দিবলৈ ইলন মাস্কৰ এই প্লেটফৰ্মটো বাছনি কৰে।

লগতে পঢ়ক: কিহৰ ইংগিত? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত আটাইতকৈ বৃহৎ সামৰিক বাজেট প্ৰস্তাৱ বিডেনৰ

সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, মেটাই এটা এপ অনাৰ পৰিকল্পনা কৰিছে য’ত লিখনিক আটাইতকৈ বেছি গুৰুত্ব দিয়া হ’ব। এইটো জানিব পৰা গৈছে যে এই নতুন এপটো টুইটাৰৰ প্ৰতিযোগী ActivityPub-ৰ দৰে হ’ব। ইয়াক P92 নাম দিয়া হৈছে।

সকলো ঠিকে থাকিলে এই এপটো ইনষ্টাগ্ৰামত অন্তৰ্ভুক্ত কৰা হ’ব। অৰ্থাৎ, ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে সেই একাউণ্টৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ দ্বাৰাই নতুন এপটো ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব।

এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই যদিও মেটাৰ মুখপাত্ৰই বিষয়টো নিশ্চিত কৰিছে। মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে এখন প্লেটফৰ্ম সৃষ্টি কৰাৰ কথা ভাবি আছে য’ত সাধাৰণ মানুহ আৰু চেলিব্ৰেটীসকলে কেৱল লিখনিৰ জৰিয়তে দ্ৰুততাৰে তেওঁলোকৰ আপডেট দিব পাৰে।

লগতে পঢ়ক: যুদ্ধৰ খৱৰ! ইউক্ৰেইনত নাটো-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰি ইৰাণক দিছে ৰাছিয়াই

পৃথকে কোৱাৰ প্ৰয়োজন নাই যে এই নতুন চিন্তাৰ লক্ষ্যটো হৈছে টুইটাৰক প্ৰত্যাহ্বান জনোৱা। জানিব পৰা গৈছে যে এপটো প্ৰস্তুত কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

Recent News

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd