DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’তো নিৰাপদ নহয় সাংবাদিক! মেক্সিকোত ঘৰৰ পৰা তুলি নি হত্যা সাংবাদিকক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2023 3:13 pm
নিহত সাংবাদিক লুইছ মাৰ্টিন চানচেজ ইনিগেজ। ফটো: সংগ্ৰহীত।

নিহত সাংবাদিক লুইছ মাৰ্টিন চানচেজ ইনিগেজ। ফটো: সংগ্ৰহীত।

3.9k
VIEWS
Share on FacebookShare on Twitter

মেক্সিকোৰ আগশাৰীৰ জনপ্ৰিয় কাকত ‘লা জৰ্নাডা’ৰ এগৰাকী সাংবাদিকক ঘৰৰ পৰা তুলি লৈ গৈ হত্যা কৰিছে দুস্কৃতিকাৰীয়ে। শনিবাৰে দেশৰ নায়াৰী প্ৰদেশত উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।

নিহত সাংবাদিক লুইছ মাৰ্টিন চানচেজ ইনিগেজ (৫৯) আছিল ‘লা জৰ্নাডা’ৰ আঞ্চলিক প্ৰতিনিধি। তেওঁৰ পত্নী চেচিলিয়া লোপেজে তদন্তকাৰীক জনোৱা মতে, যোৱা বুধবাৰে নিশাৰ পৰা তেওঁ স্বামীৰ কোনো সন্ধান পোৱা নাছিল।

লগতে পঢ়ক: পুনৰ অশান্ত চুডান! সেনাৰ বিমান আক্ৰমণত নিহত ২২ জন, আহত বহু লোক

চেচিলিয়াই জানিবলৈ দিয়ে যে সেইদিনা তেওঁ আন এখন চহৰৰ আত্মীয়ৰ ঘৰলৈ গৈছিল। সেই নিশা ছানচেজে ঘৰতে আছিল আৰু তেওঁৰ লগত ফোনত কথা পাতিছিল।

নায়াৰীৰ প্ৰচিকিউটৰৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে শেহতীয়াকৈ মুঠ তিনিজন লোকক অপহৰণ কৰা হৈছে, যিসকলৰ আটাইকেইজনেই বৰ্তমান বা শেহতীয়াকৈ সাংবাদিকতাৰ সৈতে জড়িত আছিল।

বিবৃতিটোত লগতে কোৱা হৈছে যে নায়াৰী প্ৰদেশৰ ৰাজধানী টেপিকৰ সমীপৰ এখন গাঁৱত সাংবাদিক ছানচেজৰ মৃতদেহ উদ্ধাৰ হৈছে। তেওঁৰ শৰীৰত কেইবাটাও আঘাতৰ চিন আছে। তদুপৰি, কাৰ্ডবৰ্ড এখনত লিখা মেছেজ এটা তেওঁৰ বুকুত সংলগ্ন হৈ আছিল।

লগতে পঢ়ক: গেৰুৱা হ’ল বন্দে ভাৰত এক্সপ্ৰেছ! নতুন ৰূপৰ ৰে’লখনৰ ছবি টুইটাৰত পোষ্ট মন্ত্ৰী বৈষ্ণৱৰ

অৱশ্যে বাৰ্তাটোত কি লিখা হৈছে সেই বিষয়ে বিবৃতিটোত উল্লেখ কৰা হোৱা নাই। ছানচেজে ব্যৱহাৰ কৰা কম্পিউটাৰ, মোবাইল ফোন আৰু এটা হাৰ্ড ডিস্ক বিচাৰি পোৱা হোৱা নাই।

Recent News

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

ৰাতিপুৱা শুই উঠিয়েই যৌন সম্পৰ্কে কৰাৰো আছে আচৰিত উপকাৰিতা, জানো আহক

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা – অতুল বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd