DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

গ্ৰাহকৰ অতিমাত্ৰা সঁহাৰিত ভাৰতত বন্ধই হৈ গ’ল যিখন গাড়ীৰ বুকিং

এন ই নাও নিউজ by এন ই নাও নিউজ
July 20, 2019 6:45 pm
MG hector: Due to buyers' overwhelming response, booking in India temporarily stopped

এম জি হেক্তৰ। ছবি সৌজন্য- কোম্পানি ৱে’বছাইট।

903
VIEWS
Share on FacebookShare on Twitter

গ্ৰাহকৰ অভাৱনীয় সঁহাৰিৰ ফলত ভাৰতত মুকলি কৰিবলৈ লোৱা প্ৰথমখন গাড়ী হেক্তৰৰ বুকিঙেই বন্ধ কৰিব লগা হৈছে চীনা মালিকানাধীন বৃটিশ্ব কাৰ ব্ৰেণ্ড মৰিছ গেৰাজে।

যোৱা ৪ জুনত মুকলি কৰা হেক্তৰ বুকিংকাৰীৰ সংখ্যা মাত্ৰ ৬ সপ্তাহতে ২১,০০০ হাজাৰ চোৱাত সাময়িকভাৱে গাড়ীখনৰ বুকিং বন্ধ কৰা হৈছে।

মিড ছাইজদ এচ ইউ ভিখনৰ অভাৱনীয় চাহিদা পূৰাবলৈ কোম্পানিটোক সদ্যহতে প্ৰায় ১০ মাহ সময়ৰ প্ৰয়োজন হ’ব।

গুজৰাটত কাৰখানা পতা কোম্পানিটোৰ বৰ্তমান নিৰ্মাণ ক্ষমতা মাহত প্ৰায় ২০০০খন।

কোম্পানিটোৱে জনোৱা মতে, হেক্তৰৰ শীৰ্ষ দুই মদেল স্মাৰ্ট আৰু শ্বাৰ্পৰ বাবেই তেওঁলোকে সৰ্বাধিক বুকিং লাভ কৰিছে। পে’ত্ৰল সংস্কৰণৰ বুকিং হৈছে ৫০ শতাংশতকৈয়ো অধিক।

গুজৰাটৰ কাৰখানাটো বছৰি সৰ্বোচ্চ ৮৪০০০খন গাড়ী নিৰ্মাণৰ বাবে সক্ষম। অহা অক্তোবৰৰ ভিতৰত তেওঁলোকে ইয়াৰ বৰ্তমানৰ নিৰ্মাণ ক্ষমতা বঢ়োৱাৰ চিন্তা কৰিছে।

ভাৰতৰ কোম্পানিটোৱে ১২০টা ডীলাৰৰ জৰিয়তে গাড়ীসমূহ বিক্ৰী কৰিব।

গাড়ীখনৰ প্ৰতিযোগিতামূলক দাম নিৰ্ধাৰণৰ বাবেও ইয়াৰ চাহিদা অত্যধিক হোৱা বুলি ধাৰণা কৰা হৈছে। ভাৰতত মুকলি কৰিব লগা হেক্তৰৰ মূল্য হ’ব ১২.১৮ৰ পৰা ১৬.৮৮ লাখ টকা।

ভাৰতীয় বজাৰত ই জীপ কম্পাছ, মহিন্দ্ৰা এক্স ইউ ভি ৫০০ আৰু টাটা হেৰিয়াৰৰ সৈতে প্ৰতিযোগিতা কৰিব।

Recent News

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd