• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত জয়ৰ ট্ৰেকলৈ ঘূৰিল মুম্বাই ইণ্ডিয়াঞ্চ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2021 2:48 pm
MI secure crucial win to move up to fifth
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আইপিএল- ৰ দ্বিতীয় পৰ্বত অৱশেষত জয়ৰ সোৱাদ পালে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়াঞ্চে।

কালি আবু ঢাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত পঞ্জাৱ কিংছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত মুম্বাই ইণ্ডিয়াঞ্চে ৬ উইকেটত বিজয় সাব্যস্ত কৰে।

টছত জয়ী হৈ খেলখনত মুম্বাই ইণ্ডিয়াঞ্চে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু পঞ্জাৱক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।

প্ৰথমে বেটিং কৰিবলৈ আহি পঞ্জাৱে প্ৰথম উইকেটত ৩৬ ৰানৰ যুটি বান্ধে যদিও তাৰ পিছতে ১২ ৰানৰ ব্যৱধানত ৪ টা উইকেট হেৰুৱাই।

Apply Now

অৱশ্যে তাৰ পাছতে এইডেন মাৰ্ক্ৰাম আৰু দীপক হুদাই পঞ্চম উইকেটৰ যুটিত ৬১ ৰান সংগ্ৰহ কৰি দলক কিছু মজবুত স্থিতিলৈ নিয়ে।

অৱশ্যে সঘন উইকেট পতন আৰু মন্থৰ বেটিঙৰ ফলত পঞ্জাৱে ২০ অভাৰত ১৩৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

দলৰ হৈ মাৰ্ক্ৰামে সৰ্বাধিক ৪২ ৰান সংগ্ৰহ কৰে। ২৮ ৰানৰ বৰঙণি আহে হুদাৰ বেটৰ পৰা।

মুম্বাইৰ হৈ বুমৰাহ আৰু পোলাৰ্ডে দুটাকৈ উইকেট দখল কৰে। এটাকৈ উইকেট পায় ক্ৰুনাল পাণ্ডিয়া আৰু ৰাহুল চাহাৰে।

আনহাতে বলাৰৰ বাবে সহায়ক হৈ পৰা মন্থৰ উইকেটত ১৩৬ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ মুম্বাই ইণ্ডিয়াঞ্চেও সংগ্ৰাম কৰিবলগীয়া হয়। দলে ১৬ ৰানতে হেৰুৱাই অধিনায়ক ৰোহিত শৰ্মা আৰু সূৰ্য কুমাৰ যাদৱৰ উইকেট। অৱশ্যে ডে ক’ক, সৌৰভ তিৱাৰী, পাণ্ডিয়াৰ ধৈৰ্যশীল বেটিঙৰ সহায়েৰে জয়ৰ লক্ষ্যত উপনীত হয় মুম্বাই।

ডে ক’কে ২৭ ৰান কৰাৰ লগতে সৌৰভ তিৱাৰীৰ বেটৰ পৰা আহে সৰ্বাধিক ৪৫ ৰান ।

ইনিংছৰ ১৯ অভাৰৰ অন্তিমটো বলত ছামিৰ বলত ছয় কোবাই পাণ্ডিয়াই মুম্বাই ইণ্ডিয়াঞ্চৰ বাবে আকাঙ্খিত জয় আনি দিয়ে।

পাণ্ডিয়াই ৪০ ৰান আৰু পোলাৰ্ডে ১৫ ৰান কৰি অপৰাজিত থাকে।

পঞ্জাৱৰ হৈ ৰবি বিষ্ণৈয়ে দুটা উইকেট দখল কৰে। এটাকৈ উইকেট পায় ছামি আৰু এলিছে।

খেলখনত দুটা উইকেট দখল কৰাৰ লগতে ১৫ ৰান সংগ্ৰহ কৰা পোলাৰ্ড মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় ।

আজিৰ জয়েৰে মুম্বাই ইণ্ডিয়াঞ্চে পইন্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয়। আনহাতে পঞ্জাৱ কিংছে তালিকাৰ ষষ্ঠ স্থানত অৱস্থান কৰিছে।

আজি আইপিএল- ৰ আন এখন খেলত ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰ মুখামুখি হ’ব ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd