• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰিটিছ ৰাজপৰিয়ালত বৰ্ণবৈষম্য : হৃদয়বিদাৰক আখ্যা দিলে প্ৰাক্তন মাৰ্কিন ফাৰ্ষ্ট লেডী মিচেল অবামাই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2021 5:16 pm
261
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় টেলিভিছন পাৰ্চনেলিটী অপ্ৰাহ উইনফ্ৰে’ৰ স’তে হোৱা এটা সাক্ষাৎকাৰত ব্ৰিটিছ ৰাজকোঁৱৰ প্ৰিন্স হেৰীৰ পত্নী মেগান মাৰ্কলেয়ে দিয়া এটা ভাস্যই বিশ্বজুৰি তোলপাৰ লগাইছে।

সাক্ষাৎকাৰটোত মেগানে কৈছিল যে ব্ৰিটিছ ৰাজপৰিয়ালত বৰ্ণবিদ্বেষী মনোভাৱ আছে।

উল্লেখযোগ্য যে বৰ্তমান মেগান গৰ্ভৱতী আৰু দম্পতিটোৰ দ্বিতীয়টো সন্তানৰ বাবে সাজু হৈছে।

কিন্তু ৰাজপৰিয়ালটোৱে গৰ্ভাৱস্থাত থকা সন্তানটোৰ ছালৰ ৰঙক লৈ বৰ্ণবিদ্বেষী সন্দেহ প্ৰকাশ কৰিছিল।

মেগান মাৰ্কলে ৰাজপৰিয়ালটোৰ প্ৰথমগৰাকী সদস্য যি শ্বেতাংগ নহয়।

সেয়ে দ্বিতীয়টো সন্তানৰ ছালৰ ৰঙক লৈ ৰাজপৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছিল।

তদপুৰি ২০১৮ চনত তেওঁৰ প্ৰথমটো সম্তান আৰ্কীৰ জন্মৰ সময়তো তেওঁ মানসিক যন্ত্ৰণা লাভ কৰিছিল বুলি ইণ্টাৰভিউটোত প্ৰকাশ কৰিছিল।

মেগানৰ এই বক্তব্যটোক অজস্ৰ সচেতন আৰু প্ৰগতিশীল লোকে সমৰ্থন কৰিছে।

উল্লেখযোগ্য যে দুটা দশকৰ পাছত ব্ৰিটিছ ৰাজপৰিয়ালৰ এইটো আটাইতকৈ বৃহৎ সংকট।

১৯৯৭ চনত প্ৰিন্স হেৰীৰ মাতৃ ডায়েনাৰ মৃত্যুৰ পাছত এই বৰ্ণবৈষম্যৰ অভিযোগে ব্ৰিটিছ ৰাজপৰিয়ালক সংকটত পেলাইছে।

এইক্ষেত্ৰত প্ৰাক্তন মাৰ্কিন ফাৰ্ষ্ট লেডী মিচেল অবামাইও মুখ খুলিছে।

মিচেলে কয় যে মেগানৰ অভিজ্ঞতাটো হৃদয়বিদাৰক আৰু ই বিশ্বৰ বাবে এটা পাঠ।

মাৰ্কিন সংবাদ প্ৰতিষ্ঠান এনবিচি নিউজত দিয়া এটা বক্তব্যত মিচেল অবামাই কয়- ”মই অনুভৱ কৰো এয়া শুনিবলৈ হৃদয়বিদাৰক যে তাই নিজৰ পৰিয়ালেই তাইতকৈ বেলেগ ধৰণে চিন্তা কৰে।”

তদুপৰি মিচেলে কয় যে ই অপ্ৰত্যাশিত নাছিল কাৰণ বৰ্ণবৈষম্য নতুন নহয়।

আনহাতে মংগলাবাৰে কুইন  এলিজাবেথে কয় যে তেওঁৰ নাতি আৰু নাতিবোৱাৰীয়ে লাভ কৰা  অভিজ্ঞতাক লৈ তেওঁ দুখীত আৰু আশ্বাস প্ৰদান কৰে যে ৰাজপৰিয়ালটোৱে বিষয়টো সম্পৰ্কত ঘৰুৱা পৰিৱেশত আলোচনা কৰিব।

আনহাতে, প্ৰিন্স হেৰীৰ ভাতৃ প্ৰিন্স উইলিয়ামে বৰ্ণবৈষম্যৰ অভিযোগ অস্বীকাৰ কৰিছে।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd