• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমে বয়স নামানে! দৰা ৭৯ বছৰীয়া, কইনাৰ বয়স ৩৬; তৃতীয় বিবাহৰ বাবে সাজু জনপ্ৰিয় পপ তাৰকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2023 12:06 pm
প্রসিদ্ধ পপ তাৰকা মিক জেগাৰ আৰু প্ৰেমিকা মেলানি হেমৰিক। ফটো: সংগ্ৰহীত।

প্রসিদ্ধ পপ তাৰকা মিক জেগাৰ আৰু প্ৰেমিকা মেলানি হেমৰিক। ফটো: সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত মাহৰ ২৬ তাৰিখে ৰোলিং ষ্টোনছ বেণ্ডৰ তাৰকা মিক জেগাৰে ৮০ বছৰ সম্পূৰ্ণ কৰিব। জন্মদিনৰ পূৰ্বে অনুৰাগীক ভাল খবৰ দিলে শিল্পীগৰাকীয়ে। প্ৰেমিকা মেলানি হেমৰিকৰ সৈতে বাগ্দান সম্পন্ন হৈছে মিক জেগাৰৰ। তেওঁৰ প্ৰেমিকাৰ বয়স ৩৬ বছৰ। তেওঁলোকৰ এংগেজমেণ্টৰ খবৰ পোহৰলৈ অহাৰ পৰাই পপ ষ্টাৰগৰাকীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছে।

২০১৪ চনৰ পৰা মিক জেগাৰ আৰু মেলানিৰ প্ৰেম চলি আছে। ২০১৬ চনত মিক জেগাৰৰ অষ্টম সন্তান জন্ম দিছিল এই নৃত্যশিল্পীগৰাকীয়ে।

প্রসিদ্ধ পপ তাৰকা মিক জেগাৰ আৰু প্ৰেমিকা মেলানি হেমৰিক। ফটো: সংগ্ৰহীত।

যোৱা মাহত তেওঁলোকৰ মাজত গোপনে বাগ্দান হৈছিল। কেইবাদিনো মেলানিৰ আঙুলিত এটা দামী হীৰাৰ আঙঠি দেখা গৈছিল।

Apply Now

সূত্ৰসমূহৰ মতে, শীঘ্ৰে দুয়ো বিবাহপাশত আবদ্ধ হ’সেয়ে, যোৱা মাহত তেওঁলোকে এংগেজমেণ্ট সম্পন্ন কৰিছে।

যদি বিয়া হয় তেন্তে মেলানিয়া হ’ব মিক জেগাৰৰ তৃতীয় পত্নী। ১৯৭১ চনত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় মিক। বিয়াংকা পেৰেজ মোৰা মেচিয়াছৰ সৈতে মিকৰ সম্পৰ্ক মাত্ৰ সাত বছৰহে চলিছিল।

প্রসিদ্ধ পপ তাৰকা মিক জেগাৰ আৰু প্ৰেমিকা মেলানি হেমৰিক। ফটো: সংগ্ৰহীত।

ইয়াৰ পিছত মিক প্ৰায় ২২ বছৰ মডেল জেৰী হলৰ লগত আছিল। কিন্তু ১৯৯৯ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে।

ইয়াৰ বাহিৰেও তেওঁৰ জীৱনলৈ বাৰে বাৰে প্ৰেম আহিছে। অভিনেত্ৰী মাৰ্ছা হাণ্ট আৰু মডেল লুচিয়ানা মৰাড গিমেনেজৰ সৈতে মিকৰ বাগ্দান হৈছিল যদিও পিছত বিয়া পতা নাছিল।

প্রসিদ্ধ পপ তাৰকা মিক জেগাৰ আৰু প্ৰেমিকা মেলানি হেমৰিক। ফটো: সংগ্ৰহীত।

মিক এতিয়া আঠটা সন্তানৰ পিতৃ। তেওঁৰ প্ৰথম সন্তানৰ নাম কেৰিছ হাণ্ট, তেওঁৰ বয়স ৫৩ বছৰ। কন্যা জেডৰ বয়স ৫২ বছৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd