DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Microsoft Translator ত অন্তৰ্ভুক্ত হ’ল অসমীয়া ভাষা, দূৰ হ’ব অনুবাদৰ সমস্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2020 5:46 pm
aaaaaaaa
421
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰে পৰা ইংৰাজীৰ পৰা অসমীয়ালৈ কোনো লেখা অনুবাদ কৰাটো তেনেই সহজ হৈ পৰিব।

কাৰণ Microsoft Translator ত আজিৰে পৰা সংযুক্ত হ’ল অসমীয়া ভাষাও।

ইয়াৰ পূৰ্বে দেশৰ আন ১১ টা আঞ্চলিক ভাষাত অনুবাদৰ সুবিধা আগবঢ়াই আহিছিল Microsoft Translator-এ।

Microsoft Translatorৰ প্ৰৱন্ধক সুন্দৰ শ্ৰীনিবাসনে প্ৰকাশ কৰা মতে দেশৰ আন বহু কেইটা ভাষাত তেওঁলোকৰ প্ৰতিষ্ঠানে অনুবাদৰ সুবিধা কৰি দিছে।

অসমীয়া ভাষাৰ ক্ষেত্ৰত সেই সুবিধা হোৱা নাছিল যদিও এতিয়া আৰু সেই সমস্যা নাথাকিব।

তেওঁ লগতে কয় যে দেশৰ আৰু বহু কেইটা আঞ্চলিক ভাষাত অনুবাদৰ সুবিধা প্ৰদান কৰিবলৈ Microsoft Translator-এ পদক্ষেপ গ্ৰহণ কৰিছে।

অসমীয়ালৈ অনুবাদৰ সুবিধা উপলব্ধ হব on Microsoft Translator app, add-ins, Office 365, Bing Translator ত।

অসমীয়াৰ উপৰি বঙালী,হিন্দী,পাঞ্জাৱী,ওড়িয়া,মাৰাঠী,তামিল,তেলেগু,উৰ্দু ,গুজৰাটী,কানাড়া,মালায়ালম আদি ভাষাতো Microsoft Translator-এ অনুবাদৰ সুবিধা প্ৰদান কৰিছে।

বিশেষ পে ব্যৱহাৰ কৰি এতিয়াৰে পৰা ইংৰাজীৰ পৰা অসমীয়ালৈ কোনো লেখনি, চিঠি-পত্ৰ আদি অনুবাদ কৰিব পৰা যাব।

ইয়াৰ ফলত সময় ৰাহি হোৱাৰ লগতে দনো ৰাহি হব বুলি ভবা হৈছে।

Microsoft Translator ৰ এনে পদক্ষেপক এতিয়া সেয়ে বিভিন্ন ক্ষেত্ৰ লোকে আদৰণি জনোৱা পৰিলক্ষিত হৈছে।

Recent News

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd