• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এয়াৰ ইণ্ডিয়াৰ বিমানত মাজ আকাশতে কাৰিকৰী বিজুতি! সাংসদসহ যাত্ৰীসকলক লৈ চেন্নাইত জৰুৰীকালীন অৱতৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2025 9:11 am
প্ৰতিনিধিত্বমূলক ছবি-সংগৃহীত

প্ৰতিনিধিত্বমূলক ছবি-সংগৃহীত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ মাজ আকাশতে কাৰিকৰী বিজুতি এয়াৰ ইণ্ডিয়াৰ বিমানত। সাংসদসহ বহু যাত্রীক কঢ়িয়াই নিয়াৰ এয়াৰ ইণ্ডিয়াৰ বিমানখনত হঠাতে কাৰিকৰী বিজুতিয়ে দেখা দিয়ে। দেওবাৰে নিশা সংঘটিত হয় ঘটনাটো। জনিব পৰা মতে এয়াৰ ইণ্ডিয়াৰ AI2455 নম্বৰৰ বিমানখন তিৰুৱনন্তপুৰমৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছিল।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে জনোৱা মতে, বিমানখনত ৰাডাৰৰ সমস্যা দেখা দিয়াৰ পিছতে জৰুৰীকালীন অৱতৰণৰ সিদ্ধান্ত লোৱা হয়। শেষত বিমানখনৰ পথ সলনি কৰি নিৰাপদে চেন্নাই বিমানবন্দৰত অৱতৰণ কৰোৱা হয়।

Apply Now

ফ্লাইট ট্রেকিং ৱেবছাইট Flightradar24ৰ তথ্য অনুসৰি, এয়াৰবাছ এ৩২০ মডেলৰ বিমানখন দুঘণ্টাৰো অধিক সময় আকাশত আছিল। বিমান সংস্থাটোৱে এক বিবৃতিত কয়, ক্ৰুৱে কাৰিকৰী সমস্যাৰ সন্দেহ আৰু বেয়া বতৰৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে চেন্নাইলৈ পথ পৰিবৰ্তন কৰে।

বিমানখনত কে চি বেণুগোপাল, আদূৰ প্ৰকাশ, কোডিকুন্নিল সুৰেশ, কে ৰাধাকৃষ্ণন আৰু ৰবাৰ্ট ব্ৰুচো আদি পাঁচজন সাংসদসহ বহু যাত্ৰী আছিল। অৱতৰণৰ পিছত সাংসদ বেণুগোপালে এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱাৰ কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এই ঘটনাৰ বিষয়ে ইতিমধ্যে অসামৰিক বিমান পৰিবহন সঞ্চালক প্ৰধানক অৱগত কৰা হৈছে। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰজনৰ তথ্য অনুসৰি, বিমানখন নিৰাপদে চেন্নাইত অৱতৰণ কৰে আৰু বিমানবন্দৰত প্ৰয়োজনীয় তদন্ত সম্পন্ন কৰা হয়।

বিমানখন চেন্নাইত অৱতৰণ কৰাৰ পিছত প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা কৰা হয় আৰু যাত্ৰীসকলক গন্তব্য স্থানলৈ পঠিয়াবলৈ বিকল্প ব্যৱস্থা কৰা হয়। Flightradar24 ৰ তথ্য অনুসৰি, বিমানখন নিশা ৮ বজাৰ পিছত তিৰুৱনন্তপুৰমৰ পৰা উৰা মাৰিছিল আৰু প্ৰায় ১০.৩৫ বজাত চেন্নাইত অৱতৰণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

চিকিৎসা বিজ্ঞানৰ যুগান্তকাৰী অগ্ৰগতি; গাহৰিৰ কিডনি লৈ ২৭১ দিন জীয়াই থাকিল এগৰাকী ব্যক্তি

September 4, 2026 2:49 pm
নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

নিজৰ ভগ্নীকেই বিয়া কৰালে নেকি সাংসদ নিশিকান্ত ডুবেই? সাংবাদিকৰ প্ৰশ্নত স্পষ্ট উত্তৰ নিদি কথা সলালে বিজেপি সাংসদগৰাকীয়ে

September 4, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

এগৰাকী ২০ বছৰীয়া যুৱকৰ হাতত পুনৰ প্ৰাণ পাই উঠিল এখন নদী

September 4, 2026 5:26 pm
নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

নগাঁৱৰ প্ৰাক্তন DC দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে উচ্চস্তৰীয় তদন্তৰ দাবী ৰকিবুল হুছেইনৰ

September 4, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd