• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী অশোক সিংহল অসমীয়া হ’ব কেনেকৈ? নেতা হৈও পাহৰিব পৰা নাই নিজৰ বৃত্তি, বেপাৰেই মেইন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2025 3:25 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগতে নিজৰ বৃত্তি যিয়েই নাথাকক, কোনো ব্যক্তি যেতিয়া ৰাজহুৱা জীৱনত প্ৰৱেশ কৰি নেতা হৈ পৰে তেতিয়া নিজৰ আচাৰ-আচৰণত সংস্কাৰ অনাটো জৰুৰী। ৰাজনৈতিক নেতাসকলৰ বিশেষকৈ সকলোৰে প্ৰতি সন্মান জনোৱাটো সাধাৰণ শিষ্টাচাৰৰ কথা। কিন্তু ক্ষমতাৰে খকে ‘নষ্ট বুদ্ধি’ৰ নেতাৰ মনত সংস্কাৰ আনিব পাৰেনে?

ৰাজ্যৰ এগৰাকী বহুবল্কী মন্ত্ৰী অশোক সিংহৰ ক্ষেত্ৰতো কথাটো খাটে। যোগ্যতাতকৈ অধিক ক্ষমতা লাভ কৰা বুলি চৰ্চা লাভ কৰা মন্ত্ৰীগৰাকীয়ে নিজৰ আচাৰ-আচৰণ তথা কথা-বাৰ্তাৰে দৰাচলতে নিজৰ পৰিচয় ইতিমধ্যে প্ৰতিষ্ঠিত কৰিছে।

Apply Now

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ এটা দলে তেওঁলোকে আয়োজন কৰা ভাওনাত নিমন্ত্ৰণৰ বাবে মন্ত্ৰী অশোক সিংহলৰ ওচৰলৈ গৈছিল নিমন্ত্ৰণ দিবলৈ। কিন্তু মন্ত্ৰীগৰাকীৰ সঁহাৰিয়ে সকলোৰে চকু কপালত তুলিছে। তেওঁ আমন্ত্ৰণকাৰী দলটোক ক’লে, ‘এই ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট‘। অৱশ্যে সাংবাদিকৰ দলটোৱে তেতিয়া কি প্ৰত্যুত্তৰ দিলে সেয়া জানিব পৰা হোৱা নাই।

পংকজ শৰ্মা নামৰ সাংবাদিকগৰাকীয়ে তেওঁৰ ফেচবুক প’ষ্টত লিখিছে, ‘’আজি গুৱাহাটী প্ৰেছ ক্লাবৰ team এ খুব challenge ৰ মাজত আয়োজন কৰা ভাওনাত নিমন্ত্ৰণৰ বাবে মন্ত্ৰী অশোক সিংহলৰ তালৈ গৈছিল,মন্ত্ৰীয়ে কৈছে এই ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট ,মন্ত্ৰীৰ ক্ষমতা পোৱা মানেই এনে নহয় যে অসমীয়া সংস্কৃতিক অপমান কৰাৰ অধিকাৰ পাইছে, this is unacceptable,আমি অসমীয়া অনা অসমীয়াৰ পার্থক্য কৰিব নিবিচাৰোঁ, কিন্তু তাৰ মানে এইটো নহয় যে আমি দুর্বল, Wait n see,this is very very serious’’।

এতিয়া কথা হৈছে অসমৰ মাটি-পানী-বায়ু সেৱন কৰি কোনোবা সংস্কৃতিবান লোকে মহাপুৰুষজনাৰ সৃষ্টি সম্পৰ্কে এনে মন্তব্য কৰিব পাৰেনে? যদি পাৰে বুলি কোৱা হয় তেন্তে অশোক সিংহৰ দৰে ব্যক্তিয়েই হ’ব যি কোনোপধ্যে বেপাৰতকৈ সংস্থৃতিক অগ্ৰাধিকাৰ দিব নোৱাৰে।

এতিয়া প্ৰশ্ন হৈছে অসমীয়া বিদ্বৎ সমাজে তেওঁৰ এই স্পৰ্ধাক কেনেদৰে গ্ৰহণ কৰে। নে সকলোতে বাণিজ্য আৰু মুনাফাৰ হিচাপ ৰখা নেতাৰ হাতত অসমৰ সভ্যতা আৰু সংস্কৃতিকো জলাঞ্জলি দিবলৈ সাজু!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd