DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰ বান আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

পুলেন্দ্র দাস by পুলেন্দ্র দাস
July 18, 2019 10:42 pm
chandra mohan

ফটো : নৰ্থইষ্ট নাও

337
VIEWS
Share on FacebookShare on Twitter

সত্ৰনগৰী বৰপেটা চহৰত হোৱী বানপানীৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি চহৰখনত উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ দিনৰ প্ৰায় ১ বজাত চহৰখনত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে পোন প্ৰথমে বৰপেটা সত্ৰত গৈ সেৱা লয় ৷

ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে চহৰখনৰ বিলৰতাৰিহাটী, দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুল, বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্তৰ অভাৱ অভিযোগৰ বুজ লয় ৷

শিবিৰত থকা বন্যাৰ্তসকলে বিশুদ্ধ খোৱাপানী, শৌচালয়, চিকিৎসা সেৱা আদিৰ অভাৱত ভূগি থকা বুলি মন্ত্ৰীগৰাকীক অৱগত কৰে ৷

আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰা সময়ত মন্ত্ৰীগৰাকীক সংগ দিয়ে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ আৰু জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাসে ৷

ইপিনে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ পৰিবৰ্তে এই সমস্যাৰ স্থায়ী সমাধানতহে কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে ৷ অসমৰ বানপানীৰ উৎসৰ আৰু বানপানীৰ কাৰণৰ জৰীপৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে ১০০ কৌটি টকা ধাৰ্য কৰিছে বুলিও তেওঁ কয় ৷

উক্ত জৰীপ সম্পন্ন হোৱাৰ পাছত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান হব বুলিওঁ তেওঁ আশা ব্যক্ত কৰে ৷

বৰপেটা জিলাত বানাক্ৰান্তৰ বাবে চাউলৰ লগতে অন্যান্য খাদ্য সামগ্ৰী আৰু পশুখাদ্য দি থকা বুলি তেওঁ জানিবলৈ দিয়ে ৷ বানপানীৰ পাছত উপায়ুক্তই দাখিল কৰা তথ্যৰ ভিত্তিত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপূৰণ দিয়া হব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

Recent News

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd