• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেতিয়াৰ পৰা কেনেকুৱা ৰূপত খুলিব প্ৰাক, প্ৰাথমিক বিদ্যালয়, হোষ্টেলসমূহ? জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 30, 2020 10:27 am
Himanta (1)
2.2k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উক্ত সংবাদমেলতে কেতিয়াৰ পৰা কেনেকুৱা ৰূপত প্ৰাক, প্ৰাথমিক বিদ্যালয়, হোষ্টেলসমূহ খুলিব সেই কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ জনোৱা অনুসৰি ‘কোভিড-১৯ ৰ লগত ৰজিতা খুৱাই ১৫ ডিচেম্বৰৰ পৰা সীমিত ৰূপত হোষ্টেলসমূহ খুলি দিয়া হ’ব। চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল হোষ্টেললৈ আহিব পাৰিব।‘

‘যদি আৱাসিক স্কুল আছে তেন্তে দশম শ্ৰেণী, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল হোষ্টেললৈ আহিব পাৰিব। মহাবিদ্যালয়ৰ ক্ষেত্ৰত চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল হোষ্টেললৈ আহিব পাৰিব।‘ মন্ত্ৰীয়ে জানিবলৈ দি কয়।

ইপিনে, প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত ১ জানুৱাৰীৰ পৰা নাৰ্চাৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে বিদ্যালয়সমূহ খোলা হ’ব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

এই ক্ষেত্ৰত কোনদিনা কোনটো শ্ৰেণীৰ পাঠদান হ’ব সেয়া পৰৱৰ্তী সময়ত নিৰ্দ্ধাৰণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইপিনে, মহাবিদ্যালয়, বিদ্যালয়ৰ অধ্যক্ষসকলক হোষ্টেলৰ চাফ-চিকুণতাৰ কাম আৰম্ভ কৰিবলৈ মন্ত্ৰীয়ে আহ্বান জনায়।

তদুপৰি, হোষ্টেললৈ অহাৰ পূৰ্বে চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক কোভিড টেষ্ট কৰোৱা হ’ব বুলি তেওঁ জনায়।

আনহাতে, উক্ত সংবাদমেলতে অস্থায়ী কোভিড কেয়াৰ চেন্টাৰসমূহ ইতিমধ্যে বন্ধ কৰা হৈছে বুলি জানিবলৈ দি হিমন্তই কয়, ‘খানাপাৰাত ২৮ নৱেম্বৰলৈকে কোভিড কেয়াৰ চেন্টাৰ চলি আছিল। হাস্পতালক বাদ দি অন্য কোনো ঠাইত এতি্য়া কোভিড কেয়াৰ চেন্টাৰ নাই।‘

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd