• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেতিয়াৰ পৰা কেনেকুৱা ৰূপত খুলিব প্ৰাক, প্ৰাথমিক বিদ্যালয়, হোষ্টেলসমূহ? জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 30, 2020 10:27 am
Himanta (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উক্ত সংবাদমেলতে কেতিয়াৰ পৰা কেনেকুৱা ৰূপত প্ৰাক, প্ৰাথমিক বিদ্যালয়, হোষ্টেলসমূহ খুলিব সেই কথা উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Apply Now

তেওঁ জনোৱা অনুসৰি ‘কোভিড-১৯ ৰ লগত ৰজিতা খুৱাই ১৫ ডিচেম্বৰৰ পৰা সীমিত ৰূপত হোষ্টেলসমূহ খুলি দিয়া হ’ব। চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল হোষ্টেললৈ আহিব পাৰিব।‘

‘যদি আৱাসিক স্কুল আছে তেন্তে দশম শ্ৰেণী, দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল হোষ্টেললৈ আহিব পাৰিব। মহাবিদ্যালয়ৰ ক্ষেত্ৰত চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল হোষ্টেললৈ আহিব পাৰিব।‘ মন্ত্ৰীয়ে জানিবলৈ দি কয়।

ইপিনে, প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে হোৱা আলোচনাৰ ভিত্তিত ১ জানুৱাৰীৰ পৰা নাৰ্চাৰীৰ পৰা ষষ্ঠ শ্ৰেণীলৈকে বিদ্যালয়সমূহ খোলা হ’ব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।

এই ক্ষেত্ৰত কোনদিনা কোনটো শ্ৰেণীৰ পাঠদান হ’ব সেয়া পৰৱৰ্তী সময়ত নিৰ্দ্ধাৰণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইপিনে, মহাবিদ্যালয়, বিদ্যালয়ৰ অধ্যক্ষসকলক হোষ্টেলৰ চাফ-চিকুণতাৰ কাম আৰম্ভ কৰিবলৈ মন্ত্ৰীয়ে আহ্বান জনায়।

তদুপৰি, হোষ্টেললৈ অহাৰ পূৰ্বে চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক কোভিড টেষ্ট কৰোৱা হ’ব বুলি তেওঁ জনায়।

আনহাতে, উক্ত সংবাদমেলতে অস্থায়ী কোভিড কেয়াৰ চেন্টাৰসমূহ ইতিমধ্যে বন্ধ কৰা হৈছে বুলি জানিবলৈ দি হিমন্তই কয়, ‘খানাপাৰাত ২৮ নৱেম্বৰলৈকে কোভিড কেয়াৰ চেন্টাৰ চলি আছিল। হাস্পতালক বাদ দি অন্য কোনো ঠাইত এতি্য়া কোভিড কেয়াৰ চেন্টাৰ নাই।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm
প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও ড০ মেডুছাই অকলে হ’লেও ভিডিঅ’ প্ৰস্তুত কৰি যাব নে?

June 19, 2026 11:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd