DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ দিচাংমুখৰ অফলাৰ গৰাখহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে ইৰ’চন শ্বিল নামৰ এক নতুন পদ্ধতি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 16, 2021 5:43 pm
oph
206
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ দিচাংমুখৰ অফলাৰ গৰাখহনীয়া প্ৰতিৰোধী প্ৰকল্প পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই।

দীৰ্ঘদিনে গৰাখহনীয়াৰ কবলত পৰা অফলাত খহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগে ব্ৰহ্মপুত্ৰৰ বুকুত ইৰ’চন শ্বিল নামৰ এক নতুন পদ্ধতি গ্ৰহণ কৰিছে। ৩ জুলাইৰ পৰা অফলাত এই নতুন পদ্ধতিৰে খহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগে কাম আৰম্ভ কৰিছিল আৰু বৰ্তমানলৈকে এই পদ্ধতিৰ দ্বাৰা খহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছে।

যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ আৰু প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ সৈতে অফলা অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে খহনীয়া ৰোধৰ বাবে এই হ্ৰস্বম্যাদী আঁচনি গ্ৰহণ কৰা হৈছে। ভৱিষ্যতে অফলাৰ গৰাখহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

প্ৰায় দুই কিলোমিটাৰ খহনীয়াৰ কাম বৰ্তমান এই পুঁজিৰ দ্বাৰা কৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

ইপিনে ৰাজহুৱা ধন যাতে কোনো কাৰণত অপব্যয় নহয় তাৰ বাবে ঠিকাদাৰ সকলক নিৰ্দেশ দিয়ে।

দীৰ্ঘদিনে যি সকল ঠিকাদাৰে প্ৰাপ্য ধন লাভ কৰা নাই সেই সকল ঠিকাদাৰক প্ৰাপ্য ধন একাদিক্ৰমে আদায় দিব বুলি মন্তব্য কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

ইয়াৰোপৰি ৫০- ৬০বছৰীয়া পুৰণি মথাউৰি সমুহো পৰ্যয়ক্ৰমে পুনৰ নিৰ্মাণ কৰা হ’ব বুলি ন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

বান গৰাখহনীয়া ৰোধৰ বাবে পূৰ্বৰ পদ্ধতি ত্যাগ কৰি নতুন চিন্তা ধাৰাৰে বিভাগটোক আগেৱাই নিব বুলি কয় মন্ত্ৰী হাজৰিকাই।

Recent News

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd