• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰেন্দ্ৰ মোদী-হিমন্ত বিশ্ব থাকিলে অসমত সকলো বুথেই হ’ব কংগ্ৰেছ মুক্ত: ৰঞ্জিত কুমাৰ দাস

শীঘ্ৰে পঞ্চায়ত প্ৰতিনিধিয়ে লাভ কৰিব ২১ মাহৰ মাননি

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
June 19, 2021 8:46 pm
do

*

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোদী-হিমন্ত বিশ্ব থাকিলে অসমত সকলো বুথেই হ’ব কংগ্ৰেছ মুক্ত।

এই মন্তব্য মন্ত্ৰী তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ।

Apply Now

ৰাজ্যত কেইবাগৰাকীও প্ৰভাৱশালী কংগ্ৰেছী নেতা-নেত্ৰীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে পাঠশালাত ৰঞ্জিত কুমাৰ দাসে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

তেওঁ কয় যে ৰাজ্যৰ সকলো বুথেই কংগ্ৰেছ মুক্ত হৈ পৰিব।

দুজন নহয়, কংগ্ৰেছৰ বহু কেইজন বিধায়ক বিজেপিলৈ আহিব বুলিও তেওঁ কয়।

কেৱল বিধায়ক পদ খাৰিজ হোৱাৰ ভয়ত মুকলি কৈ আহিব খোজা নাই তেওঁলোকে ।

আজি বৰাকৰ বিধায়ক এজনে কাৰ্যালয়লৈ আহি বিজেপিত যোগদান কৰাৰ ইচ্ছাৰ কথা প্ৰকাশ কৰা বুলিও ৰঞ্জিত দাসে কয়।

প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক বিজেপিয়ে মৰ্য্যাদা পূৰ্ণ স্থানত ৰাখিব বুলিও তেওঁ মন্তব্য কৰে।

অতি শীঘ্ৰে পঞ্চায়ত প্ৰতিনিধিক ২১ মাহৰ মাননি মুকলি কৰি দিয়া হ’ব বুলি মন্তব্য কৰি দাসে

মধ্যভোগী দালালকো সকিয়নী দিয়ে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

June 4, 2026 2:29 pm
ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

June 4, 2026 2:28 pm
৪০ টকা অতিৰিক্ত নিদিয়াৰ বাবে কেব চালকৰ গুণ্ডাগিৰি, মহিলাক প্ৰহাৰ কৰাৰ পাছত কোম্পানীয়ে ব্লক কৰিলে চালকৰ একাউণ্ট

৪০ টকা অতিৰিক্ত নিদিয়াৰ বাবে কেব চালকৰ গুণ্ডাগিৰি, মহিলাক প্ৰহাৰ কৰাৰ পাছত কোম্পানীয়ে ব্লক কৰিলে চালকৰ একাউণ্ট

June 4, 2026 2:20 pm
“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

“মই পলাতক নহয়, প্ৰয়োজন হ’লে মোক গ্ৰেপ্তাৰ কৰক”: সংবাদ মাধ্যমৰ প্ৰচাৰক সমালোচনা ললিত মোদীৰ

June 4, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

বিশ্বকাপ ফুটবলত কেনেকৈ থাকিব ভাৰত? দৃষ্টি আকৰ্ষণ কৰিছে এই চাৰিগৰাকী ভাৰতীয় মূলৰ ফুটবলাৰে

June 4, 2026 2:29 pm
ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

June 4, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd