DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সকলোৱে মিলি যজ্ঞ আয়োজন কৰক! মহামাৰি ৰোধৰ আজৱ উপায় আৱিষ্কাৰ এইগৰাকী বিজেপি মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 4:32 pm
(মন্ত্ৰী ঊষা ঠাকুৰ, ফাইল ফটো)

(মন্ত্ৰী ঊষা ঠাকুৰ, ফাইল ফটো)

272
VIEWS
Share on FacebookShare on Twitter

কৰোণা মহামাৰিৰ দ্বিতীয় ঢৌ চলি থকাৰ মাজতে দেশে বৰ্তমান তৃতীয় ঢৌৰ আশংকাত দিন কটাইছে।

এই পৰিস্থিতিত মহামাৰি ৰোধ কৰাৰ এক আজৱ সূত্ৰ আৱিষ্কাৰ কৰিলে মধ্যপ্ৰদেশৰ এগৰাকী বিজেপি মন্ত্ৰীয়ে।

ৰাজ্যখনৰ সংস্কৃতি মন্ত্ৰী ঊষা ঠাকুৰে কয় যে একমাত্ৰ যজ্ঞ আয়োজনৰ দ্বাৰাহে মহামাৰিৰ পৰা মুক্তিলাভ কৰা সম্ভৱ।

মঙলবাৰে সাংবাদিকৰ আগত তেওঁ কয় যে পৰিৱেশ আৰু নিজক শুদ্ধিকৰণৰ বাবে এই পদক্ষেপ অত্যন্ত জৰুৰী।

”আমাৰ পূৰ্বপুৰুষসকলে মহামাৰিৰ পৰা ৰক্ষা পাবলৈ যজ্ঞ কৰিছিল। চাৰি দিন ধৰি ঠিক পুৱা ১০ বজাত সকলোৱে মিলি যদি কৰা যায়, তেনেহ’লে কৰোণাৰ তৃতীয় ঢৌৱে আমাক চুব নোৱাৰিব।”- মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ দাবী দাবী কৰে যে এয়া ধৰ্মান্ধতা নহয়, বৰঞ্চ চিকিৎসাপদ্ধতিহে।

এই চিকিৎসাপদ্ধতিক তেওঁ ‘যজ্ঞ চিকিৎসা’ হিচাপে আখ্যা দিছে।

Recent News

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Boris Johnson Gets Chased By Police

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd