• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘স্মাৰ্ট চিটিৰ দাবী অসাৰ’: গুৱাহাটীৰ কৃত্ৰিম বানক লৈ চৰকাৰক তীব্ৰ সমালোচনা মীৰা বৰঠাকুৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:52 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ কিছুমান অঞ্চলত নেৰেনেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ মাজতে শনিবাৰে কংগ্ৰেছ নেত্ৰী তথা দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক “স্মাৰ্ট চিটি” বুলি অভিহিত কৰা চহৰখনৰ দীৰ্ঘদিনীয়া নিষ্কাশনৰ সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ সমালোচনা কৰে।

বৰষুণকো আওকান কৰি বৰঠাকুৰে চহৰৰ ৰাজপথলৈ ওলাই আহি বাসিন্দাসকলে সন্মুখীন হোৱা বাস্তৱ সমস্যাৰ দিশটো তুলি ধৰিলে। তেওঁ দাবী কৰে যে দিনটোৰ বাবে তেওঁৰ নিৰ্ধাৰিত প্ৰচাৰ সভাসমূহ বানৰ বাবে ব্যাঘাত জন্মিছে। তেওঁ ইয়াৰ বাবে দুৰ্বল নগৰ পৰিচালনাৰ ফলত হোৱা “কৃত্ৰিম বানপানী”কে দায়ী কৰে।

Apply Now

বৰঠাকুৰে কয়, ‘আজি মোৰ কেইবাখনো প্ৰচাৰ সভা অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু বানৰ বাবে বাতিল কৰিবলগীয়া হৈছে।এয়া কোনো বিচ্ছিন্ন ঘটনা নহয়; বাৰে বাৰে এইটো ঘটি আহিছে। আনকি মূল পথসমূহো ডুব গৈছে।’

তেওঁ লগতে কয় যে এই সমস্যাটো নতুন নহয় আৰু বিগত চাৰি-পাঁচ বছৰ ধৰি চলি আহিছে, যাৰ ফলত দৈনন্দিন জীৱন আৰু যাতায়তত গুৰুতৰ প্ৰভাৱ পৰিছে। প্ৰধান প্ৰধান পথবোৰত বাৰে বাৰে পানী জমা হোৱাৰ বাবে হতাশা প্ৰকাশ কৰি বৰঠাকুৰে কয়, ‘চৰকাৰে ইয়াক স্মাৰ্ট চিটি বুলি কয়, কিন্তু ১০ বছৰৰ পাছতো নলাবোৰ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে।’

বাসিন্দাসকলৰ অভিযোগৰ উদ্ধৃতি দি তেওঁ কয় যে ৰুক্মিণীগাঁৱৰ দৰে অঞ্চলৰ পৰা একাধিক ফোন আহিছে, পৰিস্থিতিৰ চাই যাবলৈ আহ্বান জনাইছে। বৰঠাকুৰে অভিযোগ কৰে যে ‘ৰাইজে ভূগি আছে আৰু যোগাযোগ কৰিছে। খৰাং বতৰত নলা পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰৰ হাতত যথেষ্ট সময় আছিল যদিও কোনো ব্যৱস্থা লোৱা নহ’ল। এতিয়া বৰষুণৰ সময়ত তেওঁলোকে ব্যৱস্থা কৰিবলৈ লৰাঢপৰা কৰিছে।’

তেওঁ সমালোচনা কৰি কয়, “এই চৰকাৰখনে জনসাধাৰণৰ সুবিধাৰ্থে কাম কৰা নাই। নলা নিষ্কাশনৰ দৰে মৌলিক ৰাজহুৱা আন্তঃগাঁথনি পৰিচালনা কৰাত ব্যৰ্থতাই পৰিকল্পনা আৰু দায়বদ্ধতাৰ অভাৱকে প্ৰতিফলিত কৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd