• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰৰ মাটিত অভিলেখৰ ধুমুহা! তিনিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি সোণৰ পদক জয় মীৰাবাই চানুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2026 4:09 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱে ঘৰুৱা মঞ্চত যে তেওঁৰ প্ৰতিভা এতিয়াও অক্ষুন্ন আছে সেই কথা প্ৰমাণ কৰিলে। বুধবাৰে উত্তৰ প্ৰদেশৰ মোডিনগৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৬ত ভাৰতৰ তাৰকা ভাৰোত্তোলগৰাকীয়ে তিনিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি মহিলাৰ ৪৮ কেজি শাখাত স্বৰ্ণ পদক অৰ্জন কৰে!

তিনিওটা শাখাতে নতুন অভিলেখ

Apply Now

৩১ বছৰীয়া চানুৱে স্নেচত ৮৯ কিলোগ্ৰাম ওজন দাঙিছিল—এইটো এটা নতুন ৰাষ্ট্ৰীয় অভিলেখ। তাৰ পিছত ক্লিন এণ্ড জাৰ্কত ১১৬ কিলোগ্ৰাম ওজন দাঙি পূৰ্বৰ অভিলেখ ভংগ কৰে। দুয়োটা মিলি একেলগে মুঠ ২০৫ কেজি ওজন তুলি ৰচিলে তৃতীয়টো ৰাষ্ট্ৰীয় অভিলেখ! আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, তেওঁ নিকটতম প্ৰতিদ্বন্দ্বীতকৈ সম্পূৰ্ণ ২২ কিলোগ্ৰাম ওজন বেছি দাঙিছে।

স্নেচত ৮৯ কেজি তুলি লোৱাৰ পিছত চানুৱে নিজৰ অভিলেখ আৰু অধিক বৃদ্ধি কৰি ৯১ কেজিলৈ উঠাবলৈ চেষ্টা কৰে যদিও সেই উত্তোলনত সফল নহ’ল। কিন্তু ক্লীন এণ্ড জাৰ্কত কোনো ভুল নকৰাকৈ আত্মবিশ্বাসেৰে ১১৬ কেজি ওজন তুলি বাস্তৱিকতে প্ৰতিযোগিতা সমাপ্ত কৰে।

আন্তঃৰাষ্ট্ৰীয় ছিজন আৰম্ভ হোৱাৰ আগতে ডাঙৰ বাৰ্তা

২০২৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা ১৯৯ কেজিৰ তুলনাত মুঠ ২০৫ কেজি উত্তোলন ৬ কেজি বেছি। একে সময়তে ই চানুৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ সমান—যিটো তেওঁ ২০২১ চনৰ এছিয়ান চেম্পিয়নশ্বিপত ৪৯ কেজি শাখাত অৰ্জন কৰিছিল।

অলিম্পিকৰ ওজন শাখা পুনৰ সংগঠিত হোৱাৰ পাছত ২০২৫ চনত মীৰাবাই চানুৰ ওজন ৪৯ কেজিৰ পৰা ৪৮ কেজিলৈ হ্ৰাস পায়। ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত এই শক্তিশালী প্ৰদৰ্শনে দেখুৱাই দিলে যে পৰিৱৰ্তনত কোনো সমস্যা নাই—আচলতে আন্তঃৰাষ্ট্ৰীয় ছিজনৰ বাবে তেওঁৰ প্ৰস্তুতি যে সঠিক পথত আগবাঢ়িছে সেয়া স্পষ্ট।

প্ৰতিযোগিতাৰ পটভূমি আৰু ফলাফল

এই শাখাত ৰাধা ছোনীয়ে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে কোমল কোহৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ১২ দিনীয়া এই প্ৰতিযোগিতাত ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু তিনিটা বিভাগীয় ব’ৰ্ডৰ প্ৰায় ৭৯০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অৱশ্যে সকলোৰে মাজত এটা নামেই চকু কপালত তুলিছে— মীৰাবাই চানু। কেৱল ৰাষ্ট্ৰীয় অভিলেখৰ হেট্ৰিকৰে স্বৰ্ণ জয় কৰাই নহয়, আগন্তুক আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ বাবেও তেওঁ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে ভাৰতীয় ভাৰোত্তোলনত এতিয়াও তেওঁৱেই একমাত্ৰ বেঞ্চমাৰ্ক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd