DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিয়োগত অনিয়ম; কলিয়াবৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
September 30, 2019 5:54 pm
Screenshot_20190930-164235_Video Player

ফটো : নৰ্থ-ইষ্ট নাও

663
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জীৱিকা-সখি নিয়োগত অনিয়মৰ অভিযোগ তুলি অঞ্চলটোৰ অৰ্ধ-শতাধিক মহিলাই কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে কাৰ্যালয়টোৱে কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি যতিন বৰাৰ পত্নী ববী বৰাক জীৱিকা-সখী হিচাপে আমদানি কৰি চিকনি গাঁও পঞ্চায়তত নিযুক্তি দিয়াৰ সমান্তৰালকৈ অগপ দলৰ নেতাৰ পত্নী পাপৰি মহন্তক হাটবৰ গাঁও পঞ্চায়তত নিযুক্তি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তেজনা।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত জীৱিকা-সখী পদত স্থানীয় পঞ্চায়তৰ প্ৰাৰ্থী নিযুক্তি দিয়াৰ বিপৰীতে অন্য পঞ্চায়তৰ এগৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বাবেই হাটবৰ আৰু চিকনি গাওঁ পঞ্চায়তৰ আত্ম সহায়ক গোটৰ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

দুয়োটা গাঁও পঞ্চায়তত উপযুক্ত প্ৰাৰ্থী থকাৰ পিছতো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কলিয়াবৰ খণ্ড অভিযান পৰিচালক আৰু কলিয়াবৰ উন্নয়ন খণ্ড উন্নয়ন বিষয়াই নীতি বহিৰ্ভূতভাৱে জীৱিকা-সখীৰ পদত কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ পত্নী আৰু অগপ দলৰ নেতাৰ পত্নীক নিযুক্তি দিয়াক কেন্দ্ৰ কৰি উত্তেজনাই বিৰাজ কৰিছে কলিয়াবৰত।

Recent News

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd