• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিৰ সোণাৰিবালিত নিশা এটিএম লুটৰ অপচেষ্টা দুৰ্বৃত্তৰ দলৰ

NE NOW NEWS ভাৰ্গব হাজৰিকা
পুৰণিগুদাম , March 18, 2020 2:15 pm

1 min read

ATM Story

আৰক্ষীৰ তদন্তৰ দৃশ্য

28.9k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰিত দিনকদিনে অপৰাধ জনিত কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিছে।

চামগুৰিৰ সোণাৰিবালিত মঙলবাৰে নিশা কোনো দুৰ্বৃত্তই এটা ভাৰতীয় ষ্টেট বেংকৰ এটিএম লুটৰ অপচেষ্টা চলোৱাৰ ঘটনাই সম্প্ৰতি চাঞ্চ্যলৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।

দুৰ্বৃত্তই নিশা সন্তৰ্পণে গেছ কাটাৰেৰে এটিএম মেচিন থকা কোঠাটোৰ সন্মুখৰ চাটাৰ কাটি কোঠাটোত প্ৰৱেশ কৰাৰ চিন স্পষ্ট হৈ আছে ঘটনাস্থলীত।

বৃহৎ পৰিমাণৰ ধন মজুত থকাৰ সন্দেহ কৰি সেই ধন লুটৰ বাবে দুৰ্বৃত্তই এটিএমটো ভঙাৰ চেষ্টা চলাইছিল যদিও অৱশেষত সেই চেষ্টা ব্যৰ্থ হয়।

অৱশ্যে, দুৰ্বৃত্তই এটিএম মেচিনৰ এলচিডি,  চিচি টিভি কেমেৰা আৰু কোঠাটোত সংস্থাপিত সংকেতকৰ বিস্তৰ ক্ষতি সাধন কৰা দেখা যায়।

ৰাতিপুৱা স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ চামগুৰি আৰক্ষীক খবৰ দিয়ে।

বৰ্তমান সমগ্ৰ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ লোকে।

Recent News

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd