• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকৃতিৰ শত্ৰু! পৰিৱেশবিদ যাদৱ পায়েঙৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত মোলাই কাঠনিত দুৰ্বৃত্তৰ অগ্নিসংযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2025 1:43 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিখ্যাত পৰিৱেশবিদ যাদৱ পায়েঙৰ মোলাই কাঠনি সৈতে জড়িত পুনৰ বনানীকৰণ স্থানত দুৰ্বৃত্তৰ অগ্নিসংযোগৰ ফলত কিছু অংশ ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উঠিছে। এই ঘটনাই ‘অৰণ্য মানৱ’ৰ ব্ৰহ্মপুত্ৰৰ পাৰ সংৰক্ষণ প্ৰচেষ্টাৰ সুৰক্ষাৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰিছে।

যোৱা দুবছৰ ধৰি বালিচৰত বনানীকৰণৰ কাম চলি থকা নতুনকৈ গঢ়া স্থানত   দেওবাৰে (২৮ ডিচেম্বৰ) বিয়লি অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। অচিনাক্ত দুষ্কৃতিকাৰীয়ে ঠাইখনৰ কিছু অংশত জুই লগাই সৰু গছপুলিৰ ক্ষতিসাধন কৰিছে।

Apply Now

বিষয়াসকলে জনোৱা মতে, কিমান লোকচানৰ হৈছে সেয়া এতিয়াও আনুষ্ঠানিকভাৱে মূল্যায়ন কৰা হোৱা নাই আৰু এই কাণ্ডৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই।

ব্ৰহ্মপুত্ৰৰ এটা চৰ অঞ্চলত খহনীয়া প্ৰৱণ নদী বালিচৰত সেউজীয়া আৱৰণ পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মোলাই কাঠনি ২.০ নিৰ্মাণ কৰা হৈছিল। ২০২২ চনত যাদৱ পায়েঙৰ কন্যা মুনমী পায়েঙৰ নেতৃত্বত প্ৰায় ৭০ জন স্বেচ্ছাসেৱকৰ দলে বাগিচাৰ কাম আৰম্ভ কৰে। বালিচৰতো অক্ষুন্ন ৰাখিবলৈ আৰু অৱক্ষয়ী ভূ-প্ৰকৃতি পুনৰ গঢ়ি তুলিবলৈ শ শ গছপুলি ৰোপণ কৰা হৈছিল।

বিশেষকৈ মাজুলী নদী দ্বীপৰ আশে-পাশে ভয়াৱহ খহনীয়াৰ সন্মুখীন হোৱা দুৰ্বল নদীৰ পাৰৰ অঞ্চলসমূহত বনাঞ্চল সম্প্ৰসাৰণৰ বাবে কাম কৰি আহিছে মুনমি পায়েঙে। তেওঁৰ কামে পৰিৱেশগত স্থিতিস্থাপকতা শক্তিশালী কৰিবলৈ স্থানীয় জনগোষ্ঠী আৰু খিলঞ্জীয়া গোটৰ সহযোগত থলুৱা, বান প্ৰতিৰোধী গছ ৰোপণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

এই অগ্নিসংযোগ কাণ্ডই পৰিৱেশবিদ আৰু স্থানীয় বাসিন্দাসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। তেওঁলোকে আশংকা কৰিছে যে এনে কাৰ্য্যই ব্ৰহ্মপুত্ৰৰ ভগ্নপ্ৰায় পৰিৱেশ তন্ত্ৰৰ দীৰ্ঘম্যাদী সংৰক্ষণৰ পদক্ষেপক ক্ষতিগ্ৰস্ত কৰিব পাৰে।

মোলাই কাঠনি প্ৰকল্পৰ সমৰ্থক তথা অনুৰাগীসকলে বনাঞ্চলসমূহৰ অধিক শক্তিশালী সুৰক্ষাৰ আহ্বান জনাইছে। আনহাতে, কৰ্তৃপক্ষই এই ঘটনাৰ তদন্ত কৰি দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি বিহাৰো আহ্বান জনাইছো।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

ভেটো ক্ষমতা নাথাকিলে স্থায়ী সদস্যপদ অৰ্থহীন! ৰাষ্ট্ৰসংঘৰ মজিয়াত ক্ষমতা বিকেন্দ্ৰীকৰণৰ দাবী ভাৰতৰ

October 27, 2026 1:16 pm
অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

অসুস্থতাৰ নাটক, দুৱাৰ খোলাৰ লগে লগে আক্ৰমণ! তামিলনাডুৰ কাৰাগাৰৰ পৰা পলাল ১৭ জন কয়দী

October 27, 2026 12:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd