DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ বাহনত আক্ৰমণ, কথমপি প্ৰাণৰক্ষা নেতাগৰাকীৰ

আজিজুল হক by আজিজুল হক
March 18, 2021 6:32 pm
352
VIEWS
Share on FacebookShare on Twitter

বৰপেটাৰ চেঙা সমষ্টিত ঘটিছে নিৰ্বাচনী প্ৰাৰ্থীক আক্ৰমণ কৰাৰ  এক অনাকাংক্ষিত ঘটনা।

বিগত চাৰিটা কাৰ্যকালৰ বিধায়ক তথা চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদে কেইবা সহস্ৰাধিক লোকক লৈ উলিয়ায় এক বৃহৎ ৰেলী। এই ৰেলীত সমষ্টিটোৰ লগতে আন সমষ্টিৰ লোকো  আনিছিল।

দৌলাশালৰ পৰা ভেল্লা হৈ বহৰিলৈ উলিওৱা এই ৰেলীত অংশগ্ৰহণ কৰা লোকে ৰেলী শেষ হোৱাৰ প্ৰাকক্ষণত জনতা বজাৰ পাৰ হোৱাৰ পিছতে বাইক আৰু চাৰিচকীয়া বাহনৰে ৰেলীত অংশগ্ৰহণ কৰা লোকে তেওঁলোকৰ গাড়ীৰ তেল বিচাৰি শুকুৰ আলী আহমেদক আগুচি ধৰে।

a ata1

এই সন্দৰ্ভত শুকুৰ আলী আহমেদে নীৰৱে থকাত বাইক আৰু চাৰিচকীয়া বাহনৰে ৰেলীত অংশগ্ৰহণ কৰা কিছু লোকে  শুকুৰ আলী আহমেদৰ বাহনত উপৰ্যুপৰি আক্ৰমণ চলাই  বাহন খন চূৰ্ণ বিচূৰ্ণ কৰি  বগৰাই দিয়ে দ’ খালত।

লাঠি, জোঙেৰে চলোৱা এই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শুকুৰ আলীয়ে ওচৰৰে এঘৰত সোমাই কোনোমতে প্ৰাণ ৰক্ষা কৰে ।

দৌলাশালৰ পৰা ভেল্লা হৈ বহৰি লৈ উলিওৱা বৃহৎ ৰেলীত  ভাগ লোৱা একাংশ লোকে শিলা পাৰ হোৱাৰ পিছতে জনতা বজাৰৰ পৰা অলপ নিলগত আলীৰ পৰা  টকা  বিচাৰে ।

উল্লেখযোগ্য যে বিগত বৰ্ষসমুহৰ দৰে এইবেলিও শুকুৰ আলী আহমেদে  টিকট পোৱাৰ পিছতে আজি  উলিয়ায় বৃহৎ ৰেলী। কেইবা সহস্ৰাধিক কৰ্মী সমৰ্থকক লৈ এই ৰেলী উলিয়াই তেওঁ ভোটাৰৰ মাজত চমক সৃষ্টি কৰিবলৈ প্ৰচেষ্টা চলায়।

শুকুৰ আলী আহমেদৰ বাহন লণ্ড ভণ্ড কৰাৰ কিছু সময় পিছতে সেই ঠাইত বৰপেটা আৰু বহৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া সকলে উপস্থিত হৈ পৰিস্থিতি শান্ত কৰে।  নেতা তথা নেতাৰ বাহনত একাংশ লোকে আক্ৰমণ কৰাৰ ঘটনাই  ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd