DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদানৰ সময়ত প্ৰধান শিক্ষয়িত্ৰীক শাৰীৰিকভাৱে অপদস্ত দুৰ্বৃত্তৰ

ৰাহুল চক্ৰবৰ্তী by ৰাহুল চক্ৰবৰ্তী
August 29, 2018 5:44 pm
IMG-20180829-WA0013
94
VIEWS
Share on FacebookShare on Twitter

হাইলাকান্দি জিলাত এগৰাকী প্ৰধান শিক্ষয়িত্ৰীক বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদানৰ সময়ত দুৰ্বৃত্তই আক্ৰমণ কৰি আহত কৰাৰ বাতৰি পোৱা গৈছে। মঙলবাৰে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা শিক্ষয়িত্ৰীগৰাকী হৈছে নয়নপুৰ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী  জয়া দাস।

আহত জয়া দাসক এছকে ৰয় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে। ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছত আলগাপুৰ প্ৰাথমিক স্বাস্থকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে চিকিৎসালয়লৈ আহি শিক্ষয়িত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লয়।

স্বাস্থ্যসেৱা বিভাগৰ যুটীয়া সঞ্চালক ড০ অভিজিৎ বসুৱে ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদানত শিক্ষক সমাজৰ সহযোগিতা বিচাৰি আৱেদন জনায়। তেওঁ কয় যে স্বাস্থ্য বিভাগে প্ৰধান শিক্ষয়িত্ৰীগৰাকীলৈ তেওঁ সুস্থ নোহোৱা পৰ্যন্ত সকলো প্ৰয়োজনীয় চিকিৎসাসেৱা প্ৰদান কৰিব।

উল্লেখ্য যে বাওলিপাৰ মধ্য ইংৰাজী বিদ্যালয়ত সোমবাৰে বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদানৰ সময়ত এগৰাকী ১০বছৰীয়া ছাত্ৰী অজ্ঞান হৈ পৰাৰ বাবে এই আক্ৰমণৰ ঘটনাৰ সূত্ৰপাত হৈছিল। পাছত অজ্ঞান হৈ পৰা ছাত্ৰীগৰাকী দুৰ্বল আৰু জ্বৰত ভুগি থকা বুলি পৰীক্ষাত ধৰা পৰিছিল।  ডিষ্ট্ৰিক্ট ইম্যুনাইজেশ্যন অফিচাৰ ড০ কে থাম্বালাছেনাই বসন্ত-ৰুবেলাৰ প্ৰতিষেধক প্ৰদানত জড়িত  এএনএমসকলক জনাই দিছে যে জ্বৰত আক্ৰান্ত, খালি পেটে থকা বা দুৰ্বল কোনো শিশুকে যাতে প্ৰতিষেধক ছিটা প্ৰদান কৰা নহয়। প্ৰতিষেধক প্ৰদান কৰা ঠাইখনি মুকলি জনসমাগম নোহোৱা হোৱাৰ ক্ষেত্ৰতো বিষয়াগৰাকীয়ে জোৰ দিছে।

বসন্ত-ৰুবেলাৰ প্ৰতিষেধক বিভিন্ন বিদ্যালয়ত সুকলমে সম্পন্ন হৈ আছে বুলি জানিব পৰা গৈছে।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd