• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্বিলঙৰ এফ চি আই গুডামৰ সমীপত দুৰ্বৃত্তৰ অগ্নি সংযোগ; ট্ৰাক ভস্মীভূত

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , April 29, 2019 11:33 am

1 min read

শ্বিলঙৰ এফ চি আই গুডামৰ সমীপত দুৰ্বৃত্তৰ অগ্নি সংযোগ; ট্ৰাক ভস্মীভূত
1.5k
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ মাউৰহত থকা এফ চি আই গুডামৰ সমীপত ৰখাই থোৱা ৩খনকৈ ট্ৰাকত কালি মাজনিশা কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰে।

প্ৰাপ্ত তথ্য মতে নিশা প্ৰায় ১২ বজাত সংঘটিত উক্ত কাণ্ডত এখন ট্ৰাক সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে আন দুখন ট্ৰাকৰ আংশিক ক্ষতি সাধন হয়।

ঘটনাৰ খবৰ পাই আৰক্ষীৰ লোক ঘটনাস্থলীত তৎক্ষণাৎ উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰে বুলি পূব খাছি পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক ক্ল’ডিয়া লিংৱাই জানিবলৈ দিয়ে।

এই সম্পৰ্কত যোগাযোগ কৰাত নৰ্থ-ইষ্ট নাওৰ আগত তেওঁ দোষীক বিচাৰি অভিযান চলাই থকা হৈছে বুলি উল্লেখ কৰি কয়, ‘সেই সময়ত বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ থকাৰ সুযোগ গ্ৰহণ কৰিয়ে হয়টো দুৰ্বৃত্তৰ দলে এই কাণ্ড সংঘটিত কৰে।‘

যথাসময়য়ত আৰক্ষী ঘটনাস্থলীত গৈ নোপোৱা হ’লে ঠাইখিনিত থকা বিল্ডিং সমূহলৈ জুই বিয়পি পৰিলে হয় বুলি তেওঁ কয়।

‘আৰক্ষীৰ ফালৰ পৰা ট্ৰাকচাসকলক ট্ৰাকৰ পৰা মাল নমোৱাৰ পিছত তেওঁলোকৰ ট্ৰাকসমূহ পথৰ দাঁতিৰ পৰা আঁতৰাই নিবৰ বাবে বহু দিনৰ পৰা কৈ অহাৰ পিছতো ট্ৰাকচালক সকলে আমাৰ আহ্বানৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই’ তেওঁ কয়।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd