• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“কেব” বিৰোধী প্ৰকৃত প্ৰতিবাদকাৰীক বদনামী কৰাৰ লক্ষ্য একাংশ দুষ্কৃতিকাৰীৰ

দুষ্কৃতিকাৰীয়ে ভাঙি পেলালে অসমীয়াৰ স্বাভিমান শংকৰদেৱ কলাক্ষেত্ৰৰ ‘শৰাই’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 13, 2019 7:11 pm
Kalakshetra Sharai

দুষ্কৃতিকাৰীয়ে ভূলুষ্ঠিত কৰা কলাক্ষেত্ৰৰ শৰাইখন।

794
VIEWS
Share on FacebookShare on Twitter

“কেব” বিৰোধী আন্দোলনটোক বিপথে নিয়া আৰু বদনামী কৰাৰ উদ্দেশ্যে একাংশ দুষ্কৃতিকাৰী প্ৰতিবাদ কৰাৰ নামত নামি পৰিছে বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্য্যকলাপত।

এইসকল দুষ্কৃতিকাৰীয়ে মহানগৰীৰ ভিন্ন স্থানত বাহন আদি জ্বলাই দিয়াৰ লগতে ৰাস্তাৰ মাজৰ ডিভাইডাৰৰ ৰেলিং, বাছষ্টেণ্ড ভাঙি লণ্ডভণ্ড কৰিছে।

নিশাৰ আন্ধাৰৰ সুযোগত লৈ এই দুষ্কৃতিকাৰীসকলে ১১ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৫ মান বজাত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ দুখনকৈ গেইট ভাঙি পেলায়।

নিৰাপত্তাৰ দায়িত্বত থকা এজন কৰ্মচাৰীয়ে প্ৰায় ২০-২৫জন দুষ্কৃতিকাৰী মুখত কাপোৰ বান্ধি আহি এই গৰিহণাযোগ্য কামটো কৰা বুলি জানিবলৈ দিছে নৰ্থ-ইষ্ট নাওক।

অসমীয়াৰ স্বাভিমান জড়িত থকা শৰাই ভাঙি পেলোৱাৰ লগতে লাইট, ফুলৰ টাব আদিও ভাঙি চূৰমাৰ কৰে।

আনকি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ এটা অনুষ্ঠানৰ বাবে প্ৰেক্ষাগৃহৰ বাহিৰত দিয়া নুৰুদ্দিন আহমেদ সোঁৱৰণী তোৰণ ভাঙি জ্বলাই দিয়াৰ লগতে দৰ্শক বহিবলৈ বাবে অনা চকীও জ্বলাই দিয়ে।

কালি শংকৰদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষই দিচপুৰ থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।

উল্লেখযোগ্য যে সচেতন নাগৰিক আৰু আন্দোলনকাৰী নেতাসকলে পূৰ্বৰ পৰা আন্দোলনকাৰীক হিংসাৰ পথ নল’বলৈ সকীয়াই অহাৰ লগতে, আন্দোলনকাৰীৰ মাজত সোমাই দুষ্কৃতিকাৰীয়ে যাতে তেনে কাম কৰি আন্দোলনক বদনামী কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক থাকিবলৈ সকীয়াই আহিছিল।

ইতিমধ্যে প্ৰতিবাদকাৰীৰ মাজত সোমাই একাংশ উদণ্ড প্ৰকৃতিৰ লোকে মহানগৰীৰ বিভিন্ন প্ৰান্তত চিটিবাছ, ক্ৰেন, ট্ৰেইলাৰ, বাইক, মাৰুতি কাৰ, জেচিবি, ট্ৰাক, ট্ৰেক্টৰকে ধৰি ৰাস্তা, দলং নিৰ্মাণত ব্যৱহৃত যন্ত্ৰত অগ্নি সংযোগ কৰিছিল।

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd