DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘বাঙালীৰ বাবে মিঠাই অপৰিহাৰ্য’, মমতালৈ আহ্বান দৈনিক খোলা ৰাখক মিঠাইৰ দোকান

দিনৰ ১২ বজাৰ পৰা আবেলি ৪ বজালৈ মিঠাইৰ দোকান খোলাৰ অনমুতি প্ৰদান মমতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 5:12 pm
1index

প্ৰতিনিধিত্বমূলক ছবি

406
VIEWS
Share on FacebookShare on Twitter

বাঙালীৰসকলৰ জীৱন যাত্ৰাত মিঠাই অতি অপৰিহাৰ্য।

ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে ২১ দিনীয়া ল’কডাউন অব্যাহত থকাৰ সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেৰ্নাজীক দৈনিক অন্ততঃ ৪ ঘণ্টা হ’লেও মিঠাইৰ দোকান খোলা ৰাখিবলৈ আহ্বান জনাইছে বাঙালীসকলে।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই পশ্চিৰবংগৰ তৃৰ্ণমূল কংগ্ৰেছৰ চৰকাৰে দৈনিক ৪ ঘণ্টা মিঠাই দোকান খোলা ৰাখিবলৈ অনুমতিও প্ৰদান কৰিছে।

উল্লেখ্য দৈনিক দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৪ বজালৈকে পশ্চিমবংগত মিঠাই দোকান খোলা থাকিব। অৱেশ্যে দোকানত ন্যূনতম কৰ্মচাৰীহে ৰাখিব পাৰিব দোকানৰ মালিকে।

ইফালে মিঠাই প্ৰস্তুতকাৰীসকলে মুখ্যমন্ত্ৰী মমতা বেৰ্নাজীলৈ আবেদন জনাইছে যে মিঠাইৰ চাহিদা থকা হোটেল ৰেষ্টুৰেণ্টো খোলাৰ অনুমতি প্ৰদান কৰিব লাগে। কাৰণ তেওঁলোকে সেইবোৰলৈ মিঠাইৰ যোগান ধৰে।

পশ্চিমবংগ মিষ্টানানা ব্যৱসায়ী সমিতিয়ে (যিখন সমিতি ১০ হাজাৰ সদস্য আছে) ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ এই সম্পৰ্কে ইমেইল যোগে এক পত্ৰ প্ৰেৰণ কৰিছে।

ইফালে পশ্চিমবংগ চৰকাৰে দৈনিক ৪ ঘণ্টাকৈ মিঠাইৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰিলেও সমিতিখনে নিৰ্ধাৰিত সময়ক লৈ সুখী হোৱা নাই।

তেওঁলোকৰ মতে মিঠাই যিহেতু বাঙালীসকলৰ জীৱন যাত্ৰাৰ অভিন্ন তথা অপৰিহাৰ্য অংগ সেয়ে এই নিৰ্ধাৰিত ৪ ঘণ্টাই পৰ্যাপ্ত সময় নহয়। যাৰ ফলত বৃহৎ অংশ বাঙালীৰ বাবে মিঠাই উপলব্ধ হোৱা নাই।্ৰ

Tags: COVID19

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd