• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চখেই কাল হ’ল! ঘোঁৰা দৌৰাবলৈ গৈয়েই মৃত্যু মাতিলে মিছ ইউনিভাৰ্ছ প্ৰতিযোগীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2023 8:51 am
অকাল মৃত্যুক সাৱটি লোৱা মডেল ছিয়েনা ৱেয়াৰ। ফটো: সংগ্ৰহীত।

অকাল মৃত্যুক সাৱটি লোৱা মডেল ছিয়েনা ৱেয়াৰ। ফটো: সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াৰ মডেল ছিয়েনা ৱেয়াৰে সৰুৰে পৰা ঘোঁৰা চলাবলৈ ভাল পাইছিল। কেৱল চলাবলৈ নহয়, ঘোঁৰা ছেকুৰাই দূৰন্ত গতিত দৌৰিছিল। ছোৱালীৰ তেনেকুৱা চখত তেওঁৰ মাক-দেউতাকে ভয় খাইছিল – কেতিয়া জানো দুৰ্ঘটনা ঘটে! তেওঁলোকৰ সেই ভয়েই সঁচা হ’ল। ঘোঁৰাৰ পৰা পৰি আহত হৈ ২৩ বছৰীয়া মডেলগৰাকী চিকিৎসালয়ত ভৰ্তি হয়। কিন্তু শেষত তেওঁক বচাব পৰা নগ’ল। যোৱা বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

যোৱা ২ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ উইণ্ডচৰ প’ল’ ফিল্ডত ঘোঁৰাত উঠি গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। কিছু দূৰ ঘোঁৰাত উঠি যোৱাৰ পিছত হঠাতে ঘোঁৰাটো ওলোটা খাই পৰিল। ছিয়েনা তললৈ পৰি গ’ল। মূৰকে ধৰি শৰীৰৰ একাধিক অংশত আঘাত পায়।

লগতে পঢ়ক: তোলনীয়া কন্যাক অমানুষিক নিৰ্যাতন চলোৱা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ

Apply Now

ততাতয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হ’ল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক লাইফ চাপোৰ্টত ৰখা হয়।

এমাহ ধৰি লাইফ চাপোৰ্টত থাকিলেও চিকিৎসকে কোনো ভাল খবৰ দিব নোৱাৰিলে। অৱশেষত পৰিয়ালৰ সিদ্ধান্ত মৰ্মে তেওঁৰ লাইফ চাপোৰ্ট খুলি দিয়া হ’ল। সৰুতে মডেলিং জগতত প্ৰৱেশ কৰা ছিয়েনাৰ কিছু সময়ৰ পিছতে মৃত্যু হয়।

মডেল হিচাপে তেওঁ অতি জনপ্ৰিয় আছিল ছিয়েনা ৱেয়াৰ। ২০২২ চনত মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।

লগতে পঢ়ক: চাণক্য নীতি: পত্নীক কেতিয়াও ভুলতেও নক’ব এই ৪টা কথা; নহ’লে পস্তাব লাগিব গোটেই জীৱন

মডেল হোৱাৰ উপৰিও অভিনয়ৰ প্ৰতিও তেওঁৰ বিশেষ আগ্ৰহ আছিল ছিয়েনাৰ। শেহতীয়াকৈ তেওঁ অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ ইংলেণ্ডলৈ গুচি যায়। তেওঁৰ পৰিয়ালৰ বহু সদস্য ইংলেণ্ডত থাকে।

কিন্তু অভিনয়ৰ ক্ষেত্ৰত তেওঁৰ কেৰিয়াৰ গঢ়া নহ’ল। তাৰ আগতে তেওঁৰ প্ৰিয় চখটোৱে তেওঁৰ প্ৰাণ কাঢ়ি ল’ল। ছিয়েনাৰ মৃত্যুত তেওঁৰ বন্ধু-বান্ধৱ, পৰিয়াল তথা সহকৰ্মীসকল শোকস্তব্ধ হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

August 5, 2026 7:54 am
‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

August 5, 2026 7:20 am
‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

August 5, 2026 7:54 am
‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

August 5, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd