• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিডৰ সংক্ৰমণৰ বাবে পিছুৱাই গ’ল ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা; আক্ৰান্ত ভাৰতীয় সুন্দৰী মনসা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2021 1:59 pm
WhatsApp Image 2021-12-17 at 1.14.27 PM

ভাৰতীয় সুন্দৰী মনসা বাৰাণসী।

2.5k
VIEWS
Share on FacebookShare on Twitter

অলপতে অনু্ষ্ঠিত হৈ যোৱা ‘মিছ ইউনিভাৰ্ছ’ প্ৰতিযোগিতাত ভাৰতৰ পঞ্জাৱৰ সুন্দৰী হৰনাজ সান্ধুৱে বিজয়ৰ মুকুট পৰিধান কৰিছিল। তাৰ মাজতে ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ খিতাপ জয়ৰ দিশত সম্ভাৱনা জগাই তুলিছিল আন এগৰাকী ভাৰতীয় সুন্দৰীয়ে।   

দুৰ্ভাগ্যজনকভাৱে কোভিড সংক্ৰমণৰ পৰা হাত সাৰি নগ’ল এই মিছ ৱৰ্ল্ড প্ৰতিযোগিতাখন। সেয়াই নহয়, আক্ৰান্ত হ’ল ভাৰতীয় সুন্দৰীও। ইয়াৰ লগতে প্ৰতিযোগিতাখনৰ মুঠ ১৭জন কোভিডত আক্ৰান্ত হৈছে।

কোভিডৰ এই সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হৈছে ‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতা। এতিয়া অহা ৯০ দিনৰ ভিতৰত এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব।

Also Read: দক্ষ অসম আৰক্ষীয়ে বিচাৰি পোৱা নাই প্ৰৱঞ্চক মৃদুপৱনক! উচ্চ ন্যায়ালয়ত জামিন বিচাৰিছে নেওগে

এইবাৰ পোৱেৰ্টো ৰিকোত অনুষ্ঠিত মিছ ৱৰ্ল্ড প্ৰতিযোগিতা-২০২১ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে মনসা বাৰাণসীয়ে। তেওঁ ২০২০ বৰ্ষত ‘মিছ ইণ্ডিয়া’ৰ খিতাপ জয় কৰিছিল।

শুকুৰবাৰে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ফাইনেল আছিল। কিন্তু কোভিড সংক্ৰমণ ঘটাৰ বাবে পিছুৱাই দিয়া হৈছে।

আয়োজকৰ ফালৰ পৰা বিবৃতি দি কোৱা হৈছে যে ‘মিছ ৱৰ্ল্ড-২০২১’ প্ৰতিযোগিতা সদ্যহতে পিছুৱাই দিয়া হৈছে। প্ৰতিযোগী, কৰ্মী তথা সাধাৰণ নাগৰিকৰ স্বাস্থ্যৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

Also Read: নাবালিকাক যৌন নিৰ্যাতন চলোৱা লম্পটক ২০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

আয়োজকসকলে জানিবলৈ দিয়া মতে বৰ্তমান তেওঁলোকেই প্ৰতিযোগী তথা কৰ্মীসকলৰ চিকিৎসাৰ দায়িত্ব লৈছে। কোভিডমুক্ত হোৱাৰ পাছত চিকিৎসকৰ পৰামৰ্শ মতে সকলোৱে নিজৰ নিজৰ ঘৰলৈ যাব পাৰিব।   

Recent News

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd