DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত মিছন ৰামধেনুৰ শুভাৰম্ভ, প্ৰদান কৰা হ’ব সৰ্বমুঠ ১২ টা টীকা

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 7, 2021 9:13 pm
mmmmnmn
224
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ‘মিছন ৰামধেনু-অসম ২০২১’ আজি বঙাইগাঁৱতো জিলা পৰ্যায়ত শুভাৰম্ভ কৰা হয় ৷
বঙাইগাঁৱত জিলাখনৰ উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়াই এই ৰামধেনু মিছনৰ শুভাৰম্ভ কৰে ৷

এই উপলক্ষে নিউ বঙাইগাঁও ভাওলাগুৰী নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়োজিত এক অনুষ্টুপীয়া অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত(স্বাস্থ্য) নৱজ্যোতি ওজা, জিলা স্বাস্থ্য বিভাগৰ  যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ  নীলমাধৱ দাস, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ লাৱণ্য শৰ্মা,জিলা টীকাকৰণ বিষয়া ডাঃ পুষ্পেন্দু দাস, জিলা আঁচনি প্ৰৱন্ধক আনন্দ শৰ্মা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃএম ইছলাম, চেক্টৰ মেডিকেল বিষয়া আদিৰ উপস্থিতিত এই মিছন শুভাৰম্ভ কৰা হয়।

উল্লেখ্য যে মিছন ৰামধেনু আঁচনিখন হৈছে ৰৈ যোৱা নাইবা বাদ পৰা ২ বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মাতৃক সম্পূৰ্ণ টীকাকৰণ কৰি প্ৰতিৰোধযোগ্য ৰোগসমূহৰ পৰা সুৰক্ষিত কৰা।

সাৰ্বজনীন টীকাকৰণ কাৰ্যক্ৰমৰ অধীনত যিমান সংখ্যক প্ৰতিষেধক টীকা সামৰি লোৱা হয় ,সেই সকলো টীকা এই মিছন ৰামধেনুৰ অন্তৰ্ভুক্ত কৰা হৈছে।

মিছন ৰামধেনুৰ যোগ্য হিতাধিকাৰীসকল আশাকৰ্মীৰ জৰিয়তে চিনাক্ত কৰা হ’ব।

৭ জুলাইৰ পৰা ১৩ জুলাইলৈ, ৭ আগষ্টৰ পৰা ১৩ আগষ্টলৈ আৰু ৭ ছেপ্তেম্বৰৰ পৰা ১৩ ছেপ্তেম্বৰলৈ মুঠ তিনিটা পৰ্যায়ত এই মিছনৰ অধীনত টীকাকৰণ কৰা হ’ব।

সৰ্বমুঠ ১২ টা প্ৰতিষেধক টীকা মিছন ৰামধেনুৰ অধীনত সামৰি লোৱা হৈছে।

Recent News

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

হেৰুৱালে লাখ কোটি টকাৰ সম্পত্তি! শ্বেয়াৰ বজাৰত পতন অব্যাহত; কিমান তললৈ নামিল আদানি?

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

আশ্ৰমত শিষ্যাক ধৰ্ষণ; আদালতত দোষী সাব্যস্ত স্বঘোষিত গডমেন আছাৰাম বাপু

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

এইবাৰ মোডী চৰকাৰৰ চকু ব্যক্তিগত টিভি চেনেলৰ ওপৰত! জাৰি কৰা হৈছে নতুন নিৰ্দেশনা

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd