• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2025 7:22 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান শিশুৰ মানসিক স্বাস্থ্য সম্পৰ্কে সজাগতা বৃদ্ধি পাইছে। বিশেষকৈ যিসকল শিশু স্বভাৱত অন্তৰ্মুখী বা লাজুক, তেওঁলোকৰ পিতৃ-মাতৃ আৰু সমাজৰ ভুল ধাৰণা আৰু চাপত প্ৰায়ে মানসিকভাৱে ভাঙি যায়। শিশুৰ স্বাভাৱিক আচৰণক অস্বীকাৰ কৰি ‘স্বাভাৱিক’ কৰি তোলাৰ প্ৰৱণতাই বিপদজনক পৰিণতিৰ সৃষ্টি কৰিব পাৰে।

মনোবিজ্ঞানীসকলৰ মতে ১৮ বছৰ বয়সলৈকে শিশুৰ মানসিক বিকাশৰ পৰিবৰ্তন অব্যাহত থাকে, গতিকে এই বয়সত শিশুৰ ওপৰত চাপ নিদিয়াকৈ তেওঁলোকৰ লগত সহানুভুতিৰে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ।

Apply Now

১) আপুনি তেওঁলোকক কথা পাতিবলৈ চাপ দিব নালাগে

বহু সময়ত পিতৃ-মাতৃয়ে কয়— “কিয় কথা নাপাতা”, “কিয় মনে মনে আছা?”— এই প্ৰশ্ন বা নিৰ্দেশনাই শিশুৰ আত্মবিশ্বাস হ্ৰাস কৰিব পাৰে। তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে সামাজিক হ’বলৈ বাধ্য কৰালে শিশুটিক অধিক অন্তৰ্মুখী কৰি তুলিব পাৰে। সেয়েহে তেওঁলোকক নিজৰ ‘কম্ফৰ্ট জ’ন’ত থকাৰ সুযোগ দিব লাগে।

২) মৌনতা মানে অভদ্ৰতা নহয়

শিশুৱে মৌন মানেই তেওঁ আনক অসন্মান কৰিছে বুলি থকা ধাৰণাটো ভুল। যদি কোনো শিশুক এনে বাৰ্তা দিয়া হয়, তেন্তে তেওঁ নিজে নিজকে অপৰাধী অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ ফলত তেওঁৰ মনত লাজ বা ভয়ৰ ভাব সৃষ্টি হ’ব পাৰে।

৩) শব্দ বাছনি অতি গুৰুত্বপূৰ্ণ

‘লাজুক’, ‘ভয়াতুৰ’, ‘মুখে নামাতা’ – এনে শব্দ শিশুৰ ব্যক্তিত্ব গঠনৰ পথত বাধা হ’ব পাৰে। যিসকল শিশুৱে সদায় বেছি কথা নকয়, তেওঁলোকৰ পৰ্যবেক্ষণ দক্ষতা প্ৰায়ে আনতকৈ বহুত ভাল। ইয়াৰে বহুতেই পিছৰ বছৰবোৰত সফলতাৰ শিখৰত আৰোহণ কৰিছে। গতিকে নেতিবাচক শব্দৰ সলনি সহানুভূতিশীল ভাষা ব্যৱহাৰ কৰিব লাগে।

৪) অপমান নহয়, সমৰ্থন কৰক

“মনে মনে থাকিলে জীৱনত একো নহ’ব” – এনে বাক্যই শিশুটিৰ আত্মবিশ্বাস ভাঙি পেলায়। অপমানজনক মন্তব্যই তেওঁলোকক অধিক অকলশৰীয়া কৰি তোলে। বৰঞ্চ ইতিবাচক কথা-বতৰা আৰু উৎসাহ দিয়া উচিত।

৫) স্বভাৱ বিচাৰ নহয়, বুজিবলৈ চেষ্টা কৰক

শিশুৰ এই অন্তৰ্মুখী স্বভাৱৰ বিচাৰ কৰা উচিত নহয়। বৰঞ্চ তেওঁলোকে কিয় মানুহৰ ভিৰ এৰাই চলে, তেওঁলোকৰ লগত মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰক। পিতৃ-মাতৃৰ পৰা অহা এই আচৰণে তেওঁলোকৰ মনত নিৰাপত্তাহীনতাৰ ভাৱ সৃষ্টি কৰিব পাৰে।

কি কৰিব পাৰি?

* শিশুটিক নিজৰ মতে থাকিবলৈ দিয়ক, কিন্তু মানসিকভাৱে সুস্থ আছে নে নাই তালৈ চকু ৰাখিব। তেওঁৰ নিসংগতা সুখদায়ক নে দুখজনক সেইটো বুজিবলৈ চেষ্টা কৰক।

* সমালোচনা নহয়, উৎসাহ আৰু ইতিবাচক কথাৰে তেওঁৰ কাষত থাকক।

* তেওঁক সুধিব যে তেওঁ কিয় ভিৰ বা কথা-বতৰা ভাল নাপায়। সেই অনুসৰি পদক্ষেপ ল’ব পাৰি।

* প্ৰয়োজন হ’লে পেছাদাৰী পৰামৰ্শ বা চিকিৎসাৰ সহায় ল’বলৈ কুণ্ঠাবোধ নকৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

জাৰ্মানীত চৰম সোঁপন্থীৰ ঐতিহাসিক উত্থান: ইউৰোপৰ গণতন্ত্ৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

September 10, 2026 11:47 am
বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

বিতৰ্কৰ অৱসান: জাপানত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত নীলা জাৰ্ছী পিন্ধি খেলপথাৰত নামিব ভাৰতীয় হকী দল

September 10, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm
পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

পূব আৰু উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায় সম্প্ৰসাৰণৰ লক্ষ্য: গুৱাহাটীত ১,৬০০ কোটি টকাৰ বিনিয়োগেৰে নেক্সাছ চিলেক্ট ট্ৰাষ্টৰ প্ৰৱেশ

September 10, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd