• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহিলা ক্ৰিকেট : ভাৰতৰ মিথালী ৰাজে সংগ্ৰহ কৰিলে ১০,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ

১০,০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে অভিলেখ গঢ়িলে মিথালীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 5:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়িকা মিথালী ৰাজ শুকুৰবাৰে এক অনন্য অভিলেখৰ গৰাকী হৈছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে তেওঁ ১০,০০০ ৰাণ সংগ্ৰহ কৰি এই অভিলেখৰ গৰাকী হৈছে।

Apply Now

৩৮ বছৰীয়া বেটছমেনগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত শৃংখলাৰ তৃতীয়খন এদিনীয়া মেচত ৩৬ ৰাণৰ ইনিংছটোৰ দ্বাৰা তেওঁ এই  লক্ষ্যত উপনীত হয়।

কিন্তু তেওঁৰ এই অভিলেখৰ গৰাকী হ’লেও বেটছঅ’মেনগৰাকীৰ বাবে দিনটো সুখকৰ নহ’ল।

শুকুৰবাৰে লক্ষ্নৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তৃতীয়খন বৰ্ষাবিঘ্নিত মেচত দক্ষিণ আফ্ৰিকাই ৬ উইকেটত বিজয়সাব্যষ্ট কৰিছে।

প্ৰথমে বেট ধৰি পুনম ৰাউটৰ ৭৭ (১০৮) ৰাণৰ সহায়ত ভাৰতে ৫উইকেট হেৰুৱাই ২৪৮ ৰাণ সংগ্ৰহ কৰে।

পুনমৰ উপৰিও মিথালী ৰাজ, হৰমনপ্ৰীত কৌৰ আৰু দীপ্তি শৰ্মাই ৩৬ ৰাণকৈ বৰঙণি আগবঢ়ায়।

দক্ষিণ আফ্ৰিকাৰ হৈ শ্বাবনিম ইছমাইলে দুটাকৈ উইকেট দখল কৰে।

দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাৰ অপেনিং বেটছঅ’মেন লিজেলী লীয়ে ১৩২ (১৩১) ৰাণৰ এক দুৰ্দান্ত ইনিংছৰ সহায়ত বিজয়লক্ষ্যত উপনীত হয়।

ভাৰতৰ হৈ ঝুলন গোস্বামীয়ে দুটাকৈ উইকেট দখল কৰে।

উল্লেখযোগ্য যে বৰ্ষাবিঘ্নিত মেচখনত ডি.এল.এছ. পদ্ধতিৰ সহায়ত দক্ষিণ আফ্ৰিকাই ৪৬.৩ অভাৰত ২২৩ ৰাণ সংগ্ৰহ কৰাৰ লগে লগে দলটোৱে বিজয় সাব্যষ্ট কৰে।

এই বিজয়েৰে পাঁচখনীয়া শৃংখলাটোত দক্ষিণ আফ্ৰিকাই ২-১ৰ অগ্ৰগতি লাভ কৰিলে।

উল্লেখযোগ্য যে ১০,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ আছিল ইলেণ্ডৰ প্ৰাক্তন অধিনায়িকা চাৰ্লট্ট এডৱাৰ্ডছ।

মিথালী ৰাজে বৰ্তমানলৈকে ২১০খন এদিনীয়া মেচত ৬,৯৭৪ ৰাণ সংগ্ৰহ কৰিছে।

৮৯খন টি-২০ মেচত সংগ্ৰহ কৰিছে ২,৩৬৫ৰাণ।

আনহাতে ১০খন টেষ্টমেচত সংগ্ৰহ কৰিছে ৬৬৩ ৰাণ।

এদিনীয়া, টি-২০ আৰু টেষ্ট- সকলো মিলাই সোঁহতীয়া বেটছঅ’মেনগৰাকীয়ে মুঠ ১০,০০১ ৰাণ সংগ্ৰহ কৰিছে।

ৰাজস্থানৰ ক্ৰিকেটাৰগৰাকীয়ে বৰ্তমানলৈকে মুঠ ৯টা আন্তঃৰাষ্ট্ৰীয় শতক আৰু ৫৯ টা অৰ্ধশতক অৰ্জন কৰিছ।

ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ বেটিংস্তম্ভৰ মূলখুঁটি মিতালী ৰাজৰ এদিনীয়া ক্ৰিকেটত এভাৰেজ ৰাণ হৈছে ৫০.৬৪।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ক্ৰিকেটাৰৰ তালিকাত চাৰ্লট্ট এডৱাৰ্ডছ আৰু মিথালী ৰাজৰ পাছতে আছে নিউজিলেণ্ডৰ চুজী বেটছ (৭,৮৪৯), ৱেষ্ট ইণ্ডিজৰ ষ্টেফানী টেইলৰ (৭,৮১৬) আৰু অষ্ট্ৰেলিয়াৰ মেগ লান্নিং (৬,৯০০)।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd