• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

জধে-মধে মেঠোন হত্যাক লৈ অৰুণাচলৰ আবুতানি সম্প্ৰদায়ৰ মাজত তীব্ৰ ক্ষোভ

NE NOW NEWS প্ৰফুল্ল কামান
ধেমাজি , October 12, 2018 9:56 pm

2 min read

Mithun-2
266
VIEWS
Share on FacebookShare on Twitter

অসম-অৰুণাচল সীমান্তৰ আশে-পাশে অচিনাক্ত দুৰ্বৃত্তৰ দ্বাৰা মেঠোনৰ জধে-মধে হত্যা কৰাক লৈ স্থানীয় ৰাইজে গভীৰ ক্ষোভ ব্যক্ত কৰিছে।জানিব পৰা মতে অসম সীমান্তত বাস কৰা মেঠোনৰ পৱিত্ৰতা সম্পৰ্কে অজ্ঞাত এচাম দুষ্কৃতিকাৰীয়ে বিগত ৩ মাহত অতি কমেও ১০ টা মেঠোনন হত্যা কৰিছে।

অৰুণাচলৰ বালিচৰি গাঁৱৰ পৰা অহা মেঠোনন অসম সীমান্তৰ ধাননি পথাৰলৈ নামি আহে আৰু কোনো দুৰ্বৃত্তই মাংসৰ বাবে সিহঁতক হত্যা কৰিছে। ইয়াৰ ফলত অৰুণাচল আৰু অসমৰ সীমান্তৰ দুয়োফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গালো-মিছিং সমন্বয় কমিটীৰ সভাপতি কেনিয়ম ডাবিৰ নেতৃত্বত নামনি ছিয়াং জিলাৰ জননেতাসকলে মিছিং ছাত্ৰ সন্থাৰ অসমৰ আন আন সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে অৰুণাচলৰ বালিচৰি গাঁৱত এখন সভাত মিলিত হয় আৰু বিষয়টোৰ ওপৰত আলোচনা কৰে।

বিশেষ সূত্ৰৰ পম খেদি দুজন দুষ্কৃতিকাৰীক চিনাক্ত কৰা হৈছে আৰু দুয়োকে শাস্তি বিহা হৈছে।

সভাত মেঠোনৰ পৱিত্ৰতা সম্পৰ্কে এটা সজাগতামূলক অভিযান চলোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে অকল সমূহীয়া উৎসৱতহে মেঠোন হত্যা কৰা হয়।

কেনিয়ম ডাবিয়ে কয়,   অৰুণাচলৰ আবুতানি লোকসকলৰ বাবে মেঠোন যে পৱিত্ৰ সম্পৰ্কে দুৰ্বৃত্তকেইজন অৱগত নহয়। মেঠোনৰ হত্যা পাহাৰীয়া ৰাজ্যখনৰ জনজাতীয় সম্প্ৰদায়ে কেতিয়াও মানি নলয়। কেবল বিশেষ কেতবোৰ সমূহীয়া উৎসৱত উপযুক্ত ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজেৰেহে মেঠোনৰ হত্যা মানি লোৱা হয়।

ইতিমধ্যে অৰুণাচল চৰকাৰে মেঠোনক ৰাজ্যিক জন্তুৰ মৰ্যাদা প্ৰদান কৰিছে আৰু এই সুন্দৰ অৰ্ধ-ঘৰচীয়া গৰু পৰিয়ালৰ প্ৰাণীবিধ সংৰক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

Recent News

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd