• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি প্ৰদান কৰি মিজো ছাত্ৰ নেতাৰ মুকলি পত্ৰ, কি আছে পত্ৰত?

‘আপুনি ৰাজনীতিলৈ অহাৰ পূৰ্বে ‘সাত ভনী’ৰ ছাতিৰ তলত থাকি উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ পৰিবেশে বিৰাজ কৰিছিল’

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2021 7:23 pm
Himanta-Biswa-Sarma-5-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে মিজো ছাত্ৰ সন্থাৰ সভাপতি জে লালমুৱানজুৱালাই অসমৰ মুখ্যমন্ত্ৰী হিমনৱ্ত বিশ্ব শৰ্মাক তীব্ৰ  আক্ৰমণ কৰি এখন পত্ৰ লিখিছে।

পত্ৰ খনত ছাত্ৰ নেতাগৰাকীয়ে কৈছে—‘মিজোৰামৰ সাধাৰণ জনতাৰ বিৰুদ্ধে আপুনি হিংসাৰ সূচনা কৰিছে।যাৰ পৰিণতিত সাত জনকৈ লোকে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে।আপুনি সৃষ্টি কৰা এনে পৰস্থিতিৰ আঁৰত আপোনাৰ এক গোপন পৰিকল্পনা আৰু ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে।সেই বিষয়ত আমি অজ্ঞ নহওঁ। ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট এলেকাৰ ৫০৯ বৰ্গ মাইল অঞ্চলত বাংলাদেশৰ বহু প্ৰব্ৰজনকাৰীয়ে বাস কৰি আছে। আপুনি সেই মানুহ খিনিক স্বায়ত্ত্বশাসিত জিলা পৰিষদ দিব বিচাৰিছে আৰু ইয়াৰ জৰিয়তে আপুনি আপোনাৰ ৰাজনৈতিক অভীপ্সা পূৰণ কৰিব বিছাৰিছে।আপুনি এইবোৰ কথা সংবাদ মাধ্যম আৰু জনতাৰ পৰা লুকুৱাই ৰাখিছে যদিও প্ৰকৃত সত্য সকলোৱে বুজি পাইছে।আপুনি জনতাৰ যি তেজ এতিয়া ব্যৱহাৰ কৰি আছে সেই তেজ এদিন আপোনাৰ গাৰ পিনেই আহিব আৰু আপোনাকেই ধ্বংস কৰিব।

Apply Now

আপুনি ৰাজনীতিলৈ অহাৰ পূৰ্বে ‘সাত ভনী’ৰ ছাতিৰ তলত  থাকি উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ পৰিবেশে বিৰাজ কৰিছিল।কিন্তু আপোনাৰ ৰাজনৈতিক আকাংক্ষাই সেই শান্তি বিঘ্নিত কৰিছে, আনকি সাত ভনীক হত্যাৰ পৰিবেশ সৃষ্টি হৈ শান্তি নাইকীয়া হৈ পৰিছে। এককথাত আপুনি চুবুৰীয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ সৈতে শত্ৰুতা গঢ়ি তুলিছে।

মিজোসকলক সহজ ভাবে লৈ ভুল নকৰিব। যদি আপুনি ভাৰতীয় যুক্তৰাষ্ট্ৰত শান্তি  বাহাল থকাটো নিবিচাৰে , তেন্তে জানি ৰাখক যে মিজোসকলে হাতত অস্ত্ৰ তুলি লোৱাৰো ইতিহাস আছে। যদি আপুনি বাধ্য কৰে তেন্তে সেয়া কৰিবলৈ আমি কুণ্ঠাবোধ নকৰিম।

শেষত এই কথা মনত ৰাখিব যে মিজোসকল শান্তিপ্ৰিয় লোক আৰু ভাৰত যুক্তৰাষ্ট্ৰৰ সৈতে তেওঁলোকে থাকিব বিচাৰে। কিন্তু যদি আপুনি আমাৰ বিৰুদ্ধে হিংসাৰ আশ্ৰয় লয় তেন্তে আমি আমাৰ পূৰ্বপুৰুষৰ ভূমিৰ পৰা এখোজো পিচুৱাই নাহো।আমি স্থিৰ হৈ ৰ’ম আৰু আমাৰ মতে কাম কৰিম’।

মিজো ছাত্ৰ নেতা গৰাকীৰ এই পত্ৰই এতিয়া জোকাৰি গৈছে দুয়ো খন ৰাজ্যৰে ৰাজনীতি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am
প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd