• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গণ্ডগোল আৰম্ভ মিজোৰাম কংগ্ৰেছত, সন্মুখত নিৰ্বাচন; আঁৰত হিমন্ত বিশ্ব?

হিমন্ত বিশ্বৰ সৈতে গুৱাহাটীত মঙলবাৰে এক গোপন বৈঠকত মিলিত হৈছে মিজোৰাম বিধান সভাৰ অধ্যক্ষ তথা পালাক সমষ্টিৰ কংগ্ৰেছী বিধায়ক হিফেই।

সাংযুৱালা মাৰ by সাংযুৱালা মাৰ
October 31, 2018 5:42 pm
Himanta

হিমন্ত বিশ্ব শৰ্মা। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধান সভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মিজোৰাম কংগ্ৰেছত দেখা দিয়া গণ্ডগোলৰ আঁৰত হাত থকাৰ অভিযোগত উচ্চাৰিত হৈছে অসমৰ মন্ত্ৰী তথা ৰাজ্যখনত বিজেপিৰ নিৰ্বাচনী দায়িত্ববাহী হিমন্ত বিশ্ব শৰ্মাৰ নাম।

শেহতীয়া খবৰ অনুসৰি হিমন্ত বিশ্বৰ সৈতে গুৱাহাটীত মঙলবাৰে এক ‘গোপন বৈঠক’ত মিলিত হৈছে মিজোৰাম বিধান সভাৰ অধ্যক্ষ তথা পালাক সমষ্টিৰ কংগ্ৰেছী বিধায়ক হিফেই।

Apply Now

হিফেইৰ ঘনিষ্ঠ সূত্ৰই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে এই বৈঠকত ‘বুজাবুজি’ খাটাং হ’লেই মিজোৰাম বিধানসভাৰ আটাইতকৈ জ্যেষ্ঠ নেতাজনৰ সৈতে নতুন দিল্লীত চূড়ান্ত বৈঠকত মিলিত হ’ব বিজেপিৰ শীৰ্ষ নেতৃত্ব।

কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতৃত্বই পালাক সমষ্টিৰ বাবে হিফেইৰ নামেই ঘোষণা কৰিছিল যদিও মাৰা স্বায়ত্ত শাসিত পৰিষদত শেহতীয়াকৈ দেখা দিয়া ঘটনাৱলীয়ে জ্যেষ্ঠ নেতাজনৰ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা ক্ষীণ কৰি তুলিছে। হিফেইৰ পৰিৱৰ্তে পৰিষদখনখনৰ অধিকাংশ কংগ্ৰেছ সদস্যই দললৈ নতুনকৈ অহা অৱসৰপ্ৰাপ্ত আই এ’ এছ বিষয়া কে’ ৰিআচ্চ’ক প্ৰাৰ্থীৰূপে বিচাৰিছে।

অহা ২৮ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া ৰাজ্যখনত এই মাহৰে শেষৰ ফালে কংগ্ৰেছ ত্যাগ কৰিছে ৪গৰাকীকৈ জ্যেষ্ঠ নেতাই। বৰ্তমানৰ লাল থানহাৱালা চৰকাৰৰ খোদ গৃহ মন্ত্ৰী আৰ লালজিৰলিয়ানা, প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী লালৰিনলিয়ানা চাইল’ৰ লগতে বি দি চাকমা আৰু মিংদাইল’ভা খিয়াংতেই শেহতীয়াকৈ দল ত্যাগ কৰিছে।

গীৰ্জাৰ মাজত ‘খ্ৰিষ্টান বিৰোধী’ৰূপে এক ভাবমূৰ্তি থকা ভাৰতৰ আটাইতকৈ জনজাতীয় বসতিপ্ৰধান তথা খ্ৰিষ্টান সংখ্যাগুৰু ৰাজ্যখনত ক্ষমতা দখলৰ বাবে বিশেষ কৌশল ৰচনা কৰিছে গেৰুৱা দলটোৱে।

খাদ্যাভাস, জীৱনশৈলী আৰু ধৰ্মচৰ্চাৰ পচণ্ড ‘স্থানীয় জনসাধাৰণৰ’ নিজা বুলি গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন ক’হলিয়ে শেহতীয়াকৈ ঘোষণা কৰিছিল।

খ্ৰিষ্টান সংখ্যাগৰিষ্ঠ মেঘালয়ত মাত্ৰ ২খন দুখন আসন দখল কৰাৰ পিছতো কনৰাদ চাংমা নেতৃত্বাধীন এন পি পি-ৰ সৈতে লগ লাগি চৰকাৰ গঠন কৰিছিল বিজেপিয়ে। যোৱা বিধান সভা নিৰ্বাচনত ৰাজ্যখনত দলৰ তাৰকা প্ৰচাৰক তথা খোদ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচাৰ চলোৱা সত্ত্বেও সফলতাৰ মুখ দেখা নাছিল গেৰুৱা দলটোৱে।

চাংমাৰ এন পি পিয়ে ৪০ জনীয়া মিজোৰাম বিধানসভাৰ ২৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। তাৰোপৰি য’ৰাম থাংগা নেতৃত্বাধীন এম এন এফৰ সৈতে গোপন বুজাবুজি কৰা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ কৰিছে কংগ্ৰেছে।

কিন্তু হিমন্ত বিশ্ব শৰ্মাই ‘বুজাবুজি’ৰ কথা অস্বীকাৰ কৰাৰ বিপৰীতে এম এন এফৰ লগতে এন পি পি-ও উত্তৰ-পূবত বিজেপি নেতৃত্বাধীন নেদাৰ অংশীদাৰ।

সাংযুৱালা মাৰ

সাংযুৱালা মাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd