• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিজোৰামত নতুনকৈ ৩৫ গৰাকী লোক ক’ৰ’না প’জিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৯৫৩ লৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 25, 2020 6:59 pm

1 min read

Covid19-positive-cases-1-1024x512
125
VIEWS
Share on FacebookShare on Twitter

মিজোৰামত নতুনকৈ ৩৫ গাৰকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৯৫৩ গৰাকীলৈ বৃদ্ধি পায়।

ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগে উল্লেখ কৰা অনুসৰি মিজোৰামত শেহতীয়াভাৱে ক’ৰ’না আক্ৰান্ত লোক সকলৰ ভিতৰত ২৬ গৰাকী পুৰুষ আৰু ৯ গৰাকী মহিলা।

তথ্য আৰু জনসংযোগ বিভাগে ৰাজ্যখনত বিগত ২৪ ঘণ্টাত কৰা ৫২৩ টা নমুনাৰ পৰীক্ষাৰ ভিতৰত ৩৫ টা নমুনাৰ ফলাফল প’জিটিভ আহে বুলি লগতে উল্লেখ কৰে।

মিজোৰামত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ৩৫ গৰাকী লোকৰ ভিতৰত ৩১ গৰাকী আইজল জিলাৰ আৰু দুগৰাকীকৈ ক্ৰমে ক’লাচিব আৰু মামিত জিলাৰ।

আনহাতে, বিগত ২৪ ঘণ্টাত ক’ৰ’না আক্ৰান্ত হোৱা ৩৫ গৰাকী লোকৰ ভিতৰত ২৪ গৰাকী স্থানীয়ভাৱে সংক্ৰমিত হোৱাৰ বিপৰীতে ১১ গৰাকী লোক অন্য ৰাজ্যৰ পৰা উভতি অহা।

ক’ৰ’না আক্ৰান্ত হোৱা ৩৫ গৰাকী লোকৰ ভিতৰত এগৰাকী বি এছ এফৰ জোৱানৰ লগতে দুগৰাকী ট্ৰাক ড্ৰাইভাৰ।

ৰাজ্যখনত মঙলবাৰে দুগৰাকী বি এছ এফৰ জোৱাৰ লগতে মুঠ তিনিগৰাকী লোক ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠে।

মিজোৰামত এতিয়ালৈ ৪৬৪ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd