DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাতিল হোৱা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অনুত্তীৰ্ণ ২৫ গৰাকী শিক্ষাৰ্থী,শুধৰণিৰ পিছত পালে ডিছষ্টিংছন, প্ৰথম বিভাগ, ক’ত?

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2021 7:38 am
mi
422
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাতংকৰ বাবে দেশৰ প্ৰায় ভাগ ৰাজ্যতে বাতিল হৈছে মাধ্যমিক আৰু উট্চতৰ মাধ্যমিকৰ পৰীক্ষা।

অসমতো শেহতীয়া এই দুয়োটা পৰীক্ষাই বাতিল কৰা হৈছে। একেদৰে মিজোৰামতো বাতিল হৈছে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা।বাতিল হোৱা পৰীক্ষাত পৰীক্ষাৰ্থীসকলক ইণ্টাৰনেল এছেছমেণ্ট আৰু পূৰ্বৰ একাধিক পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত ফলাফল প্ৰদানৰো দিহা কৰা হৈছে।

সেইমৰ্মে মিজোৰামৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ২৫ গৰাকীকৈ শিক্ষাৰ্থীক উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অনুত্তীৰ্ণ বুলি ঘোষণা কৰাৰ পিছতে ৰাজ্য খনত হৈচৈ লাগিল।

শিক্ষাৰ্থী কেইগৰাকীক কিহৰ ভিত্তিত পৰীক্ষাত অনুত্তীৰ্ণ কৰোৱা হ’ল তাকেলৈ ছাত্ৰ সংগঠন এনএছইউআই-এ প্ৰশ্ন উত্থাপন কৰাৰ পিছতে মিজোৰৰামৰ চৰকাৰে এই বিষয়ত এক তদন্তৰ নিৰ্দেশ দিয়ে।

ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰা অনুসৰি কৰ্তচৃপক্ষৰ গাফিলতিৰ বাবেই এনেদৰে শিক্ষাৰ্থী কেইগৰাকীয়ে পৰীক্ষাত অনুত্তীৰ্ণ হৈছে।মিজোৰাম চৰকাৰৰ নিদেশৰ পিছতহে জোলোঙাৰ মেকুৰী ওলাল।

দৰাচলতে পৰীক্ষাত অনুত্তীৰ্ণ উক্ত শিক্ষাৰ্থীসকলৰ ইণ্টাৰনেল এছেছমেণ্টৰ ফলাফল আৰু পূৰ্বৰ পৰীক্ষাৰ ফলাফল সংশ্লিষ্ট বিদ্যালয়ে বোৰ্ডলৈ প্ৰেৰণেই কৰা নাছিল।

শিক্ষাৰ্থীসকলৰ এনে ফলাফল লাভ নকৰাৰ বাবেই বোৰ্ডে তেওঁলোকক পৰীক্ষাত ফেইল কৰোৱাবলৈ বাধ্য হয়।

এই ঘটনাৰ পিছতে শিক্ষাৰ্থী কেইজনৰ ইণ্টাৰনেল এছেছমেণ্টৰ ফলাফল আৰু পূৰ্বৰ পৰীক্ষাৰ ফলাফল পৰীক্ষা কৰাত ২ গৰাকীয়ে ডিছষ্টিংছন, ১০ গৰাকীয়ে প্ৰথম বিভাগ, আন ১০ গৰাকীয়ে দ্বিতীয় বিভাগ ,এগৰাকীয়ে তৃতীয় বিভাগ পোৱাৰ লগতে দুগৰাকী সঁচাকৈ উত্তীৰ্ণ হোৱাৰ যোগ্যতা নথকা বুলি প্ৰমাণ হয়।

মিজোৰামৰ চৰকাৰে শিক্ষাৰ্থীৰ নম্বৰ প্ৰেৰণ নকৰাৰ অভিযোগত মিজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ এল লাললিয়াপাক তেওঁৰ পদৰ পৰা অপসাৰিত কৰিছে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd