DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘নৰম স্থিতি’ক ভেঙুচালি কৰি কেন্দ্ৰলৈ মিজোৰাম চৰকাৰৰ ‘গৰম’ পত্ৰ, কি লিখিছে পত্ৰত?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 28, 2021 3:59 pm
himm
588
VIEWS
Share on FacebookShare on Twitter

অসম-মিজোৰাম সীমা বিবাদে নিতৌ নতুন ৰূপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

যিটো সময়ত সমস্যাটোকলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ‘আমি কাকো আক্ৰমণ নকৰো, আমি লাগিলে মৰি শেষ হৈ যাম’ জাতীয় মন্তব্য কৰি ‘নৰম স্থিতি’ গ্ৰহণ কৰিছে সেই সময়তো পিছে অসমৰ বিৰুদ্ধে আক্ৰোশ পূৰণ কৰাৰ পৰা বিৰত হোৱা নাই মিজোৰামৰ চৰকাৰ।

আজি মিজোৰামৰ চৰকাৰে অসমে মিজোৰামৰ  বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰা বুলি অভিযোগ তুলি কেন্দ্ৰীয় গৃহ দপ্তৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

মিজোৰামৰ গৃহ সচিব লালবিয়াকচাংগিয়ে কেন্দ্ৰীয় গৃহ সচিবলৈ লিখা পত্ৰত এই বুলি উল্লেখ কৰিছে যে অসমে মিজোৰামলৈ যোৱা ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখা বাবে মিজোৰামলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বন্ধ হৈ পৰিছে।

অসম ২৬ জুলাইৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথটোকে ধৰি মিজোৰামলৈ যোৱা আন পথসমূহ অৱৰুদ্ধ কৰি ৰখা বুলি পত্ৰ খনত অভিযোগ কৰা হৈছে। পত্ৰ খনত লগতে এই বুলিও কোৱা হৈছে যে ইয়াৰ পূৰ্বেও অসমে মিজোৰামৰ বিৰুদ্ধে ১৭-১০-২০২০ ৰ পৰা ১১-১১-২০২০লৈ অৰ্থনৈতিক অৱৰোধ কৰিছিল।

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2021/07/letter-to-hs-mha-2.pdf” title=”letter to hs, mha (2)”]

ইয়াৰ ফলত ৰাজ্য খনে ভীষণ সমস্যাৰ সন্মুখীন হৈছিল। মিজোৰামৰ গৃহ সচিব গৰাকীয়ে কেন্দ্ৰীয় গৃহ সচিবলৈ লিখা পত্ৰত এই বুলি অভিযোগ কৰিছে যে মিজোৰামক ৰে’ল পথেৰে সংযোগ কৰা বৈৰাবী ৰে’ল ষ্টেচন সংযোগী ৰে’ল পথ ধ্বংস কৰি দিয়া হৈছে।

অসমৰ হাইলাকান্দি জিলাৰ মহম্মদপুৰ আৰু ৰামনাথপুৰ ৰে’ল ষ্টেছনৰ মাজৰ ৰে’লপথ ধ্বংস কৰাৰ বাবে এতিয়া মিজোৰামৰ বৈৰাবী ৰে’ল ষ্টেছনলৈ কোনো ৰে’ল যাব পৰা নাই বুলি পত্ৰ খনত কোৱা হৈছে।

পত্ৰ খনত এই বুলিও উল্লেখ কৰা হৈছে যে ৰে’ল আৰু ৰাষ্ট্ৰীয় ঘাইপথ যিহেতু কেন্দ্ৰৰ অধিনস্থ বিষয় সেয়ে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd