• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈ মিজোৰাম ভ্ৰমণ অমিত শ্বাহৰ; “কেব” বিৰোধী প্ৰতিবাদী কাৰ্য্যসূচী স্থগিত

NE NOW NEWS এন ই নাও নিউজ
আইজল , October 4, 2019 9:04 pm

2 min read

Protest held in Mizoram with placards signaling for an independent republic

এই বছৰৰ ১২ ফেব্ৰুৱাৰিত ৰাজ্যখনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ এটা প্ৰতিবাদী কাৰ্য্যসূচীৰ দৃশ্য।।

291
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সবাতোকৈ সবল আৰু ব্যতিক্ৰমী প্ৰতিবাদ কৰা মিজোৰামবাসীয়ে কাইলৈ অমিত শ্বাহৰ ভ্ৰমণৰ সময়ত লোৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদী কাৰ্য্যসূচীটো বাতিল কৰিছে।

পূৰ্বে বিধেয়কখনৰ বিৰুদ্ধে দৃষ্টান্তমূলক কঠোৰ স্থিতি লোৱা ৰাজ্যখনৰ স্বেচ্ছাসেৱী সংগঠনবোৰৰ সমন্বয়ক সমিতিয়ে এই সিদ্ধান্ত লোৱাৰ কথা সংবাদ মাধ্যমক অৱগত কৰিছে।

সংগঠনবোৰে তাৰ পৰিৱৰ্তে অমিত শ্বাহক সাক্ষাৎ কৰি তেওঁলোকৰ বিধেয়কখনত থকা আপত্তি দাখিল কৰিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে কাইলৈ ৰাজ্যখন ভ্ৰমণ কৰিব আৰু এই ভ্ৰমণ নাগৰিকত্ব বিধেয়ক সম্পৰ্কে উত্তৰ-পূববাসীক বুজনি দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাৰ এটা অংশ বুলি কোৱা হৈছে।

শ্বাহৰ ভ্ৰমণৰ সময়ছোৱাত বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী উলিয়াবলৈ মিজোৰামৰ স্বেচ্ছাসেৱী সংগঠনবোৰে সিদ্ধান্ত কৰিছিল আৰু এয়া  সংগঠনবোৰৰ সমন্বয়ক সমিতিয়ে ঘোষণা কৰিছিল।

কিন্তু মাত্ৰ কেইঘণ্টামান বাকী থকাৰ সময়তে সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি জনাইছে সমন্বয়ক সমিতিয়ে।

পূৰ্বে মিজোসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত উলিওৱা প্ৰবল প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত ভাৰতৰ পৰা “স্বাধীন” হৈ চীনৰ লগ লগাৰ হুংকাৰ দিছিল।

দেশৰ বাবেই অতি ব্যতিক্ৰম ঘটনাটো ঘটিছিল এই বছৰৰ ১২ ফেব্ৰুৱাৰিত আৰু প্ৰতিবাদকাৰীসকলৰ মাজত প্ৰাক্তন মুখ্য মন্ত্ৰী, কংগ্ৰেছ নেতা লালাথানহাওলাকো দেখা গৈছিল।

মোদী চৰকাৰৰ যোৱাটো কাৰ্য্যকালত নাগৰিকত্ব বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাত সফল নহ’ল যদিও এইবাৰ ইয়াক দুয়োটা সদনতে গৃহীত কৰাৰ পৰিকল্পনাৰে আগ বাঢ়িছে বিজেপি চৰকাৰখনে।

বিধেয়কখনৰ জৰিয়তে প্ৰচলিত নাগৰিকত্ব আইনখন সংশোধন কৰি বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখ, পাৰ্চী, জৈন ধৰ্মাৱলম্বীক নাগৰিকত্ব দিয়াৰ আঁচনি কৰিছে কেন্দ্ৰীয় চৰকাৰখনে।

Recent News

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

২৪ জানুৱাৰিত গৃহ মন্ত্ৰী অমিত শ্বাহে কোকৰাঝাৰত ভাগ ল’ব বিশাল জনসভাত

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd