DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূমি কেলেংকাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
December 13, 2021 7:25 pm
145
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীৰ সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে
সাক্ষাৎ কৰিলে ৰাহজ বিভাগৰ প্ৰধান সচিবক।

ভূমি নীতি আৰু ভূমি আইন তথা ভূমি সম্পৰ্কীয় জাননী ভংগ কৰাৰ বিৰুদ্ধে অভিযোগ দাখিল।

ভূমিহীন খিলঞ্জীয়া মানুহক চৰকাৰে আবন্টন দিয়া মাটি বেদখল কৰিছে RBS ৰিয়েলটৰ্চয়ে।

২৯ বিঘা ৯ লেছা মাটি বেদখল কৰা সন্দৰ্ভত অভিযোগ দাখিল অখিলৰ।

বিভিন্ন নথি সংলগ্ন কৰি দিয়া হৈছে অভিযোগৰ লগত।

মুখ্যমন্ত্ৰীৰ পত্নী আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ৰ তদাৰকী কোষত গোচৰ দাখিল কৰিবলৈ ৰাজহ বিভাগৰ প্ৰধান সচিবক আহ্বান জনায় অখিলে।

বে আইনী ভাবে ভূমি দখল কৰি থকাৰ অভিযোগৰ ভিত্তিত ৪২০ ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিবলৈ দাবী অখিলৰ।

১০ বছৰ বিক্ৰী কৰিব নোৱাৰা ভূমি ৩ মাহতে বিক্ৰী কৰি দিয়া বুলি অখিলৰ অভিযোগ।

মুখমন্ত্ৰীৰ পৰিয়ালক তেল মাৰিবলৈ আৰু তোষামোদ কৰিবলৈ পিজুষ হাজৰিকাই অৰ্কিড পাৰ্কৰ ভূমি বেদখল কৰা বুলি অভিযোগ আনিছে।

অখিল গগৈয়ে কয়—’টুইটাৰত মই প্ৰত্যুত্তৰ দিছোঁ মন্ত্ৰীগৰাকীক। তেওঁ মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰীক লৈ মাত মাতক’।

মুখ্যমন্ত্ৰীৰ সৈতে মুকলি বিতৰ্ক কৰিবলৈ প্ৰত্যাহ্বান অখিলৰ। অখিলৰ সাহস আছে মুকলি বিতৰ্ক কৰিবৰ বাবে।

Recent News

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

আমাৰ পতাকা আৰু কিছু চিন্তা

আমাৰ পতাকা আৰু কিছু চিন্তা

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd