• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কৰ্মী আকৌ ন ৰূপত : চাইকেল লৈ অসম নাগালেণ্ড সীমান্তত ৰূপজ্যোতি কুৰ্মী

হাতত দা লৈ বাহ কাটি নিৰ্মাণ কৰিলে অসম নগালেণ্ড সীমান্তৰ বি অ পি

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
July 18, 2020 9:09 pm
IMG-20200718-WA0075
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ যোৰহাট জিলাৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক নিতৌ ন ন  ৰূপত দেখা গৈছে। কেতিয়াবা যদি হাতত নগা দা লৈ সীমান্তত নগা খেদিছে আকৌ কেতিয়াবা বাহুবলী ৰূপ লৈ হাতেৰে পকী বেৰ বগৰাই দিছে।

এইবাৰ বিধায়ক ৰূপজ্যোতিক দেখা গ’ল গৃহ নিৰ্মানকাৰীৰ ৰূপত। বিধায়ক গৰাকীয়ে নিৰ্মাণ কৰিছে বিশেষ এটা গৃহ। গৃহটো নিৰ্মাণ কৰিবলৈ যোৰহাট জিলাৰ অসম নগালেণ্ড সীমান্তত চাইকেল চলাই গৈ উপস্থিত হ’ল বিধায়ক ৰূপজ্যোতি।

Apply Now

মূৰত গামোচাৰ পাগুৰি মাৰি একাংশ গঞাৰ লগত বিধায়ক গৰাকী নিজৰ কৰ্মত খুবেই ব্যস্ত। হাতত দা লৈ বাঁহ কাটিছে, জোখ মাখ কৰিছে। গৃহটোৰ চালত টিং তুলিছে। কাৰোবাক কিবা নিৰ্দেশো দিছে। মুঠতে ৰ’বলৈ সময় নাই।

বিভিন্ন সময়ত ন ন ৰূপ লৈ সংবাদ শিৰোনামা দখল কৰি অহা বিধায়ক ৰূপজ্যোতি এইবাৰ গৃহ নিৰ্মাণত ব্যস্ত হৈ পৰিছে মৰিয়নীৰ অসম নগালেণ্ড সীমান্তৰ ৰনখাম গাঁওত। ৰনখাম গাঁৱৰ সমীপত থকা অস্থায়ী সীমান্ত আৰক্ষী চকীৰ গৃহ ৰাইজৰ সহযোগত নিৰ্মাণ কাৰ্যত নামি পৰে বিধায়ক ৰূপজ্যোতি কুৰ্মী।

উল্লেখ্য যে, ২০১৫ চনত অসমৰ মাটীত নগাৰ আগ্ৰাসনৰ সময়ত হোৱা সংঘাতৰ পাছতে অসম চৰকাৰে ৰনখামত এটা অস্থায়ী সীমান্ত আৰক্ষী চকী স্থাপন কৰিছিল।

কিন্ত পাঁচ বছৰে অসম চৰকাৰে সীমান্ত আৰক্ষী চকীটো স্থায়ীকৈ নিৰ্মাণ কৰাটো দূৰেৰে কথা বাঁহৰ গৃহ কেইটাও মেৰামতি কৰাৰ প্ৰয়োজন বোধ নকৰিল।

ফলত জহি খহি যোৱা আৰক্ষী চকীটোৰ বাহঁৰ গৃহ কেইটা প্ৰতি বছৰে ৰনখাম গাঁও বাসীয়ে দান বৰঙনি সংগ্ৰহ কৰি নিৰ্মান কৰি আহিছে।

উল্লেখ্য যে, কিছু দিন পূৰ্বে গাঁওবাসীৰ সহযোগত যোৰহাট জিলা প্ৰশাসনে আৰক্ষী চকীটোৰ মুল গৃহটো মেৰামতি কৰি দিলে যদিও ৰান্ধনী শাল আৰু স্থায়ী শৌচালয়ৰ অভাৱত সমস্যাৰ সন্মুখীন হৈ আহিছিল আৰক্ষী চকীটোৰ বিষয়া জোৱান সকল।

আনহাতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি  চেলেং গাঁও পঞ্চায়তৰ সভাপতি ৰাজেন গগৈৰ সহযোগিতাত তথা ৰনখাম গাঁও বাসীৰ সৈতে লগ হৈ সীমান্ত আৰক্ষী চকীটোৰ  জৰাজীৰ্ণ এটা বেৰেকৰ লগতে ৰান্ধনী শাল আৰু শৌচালায় গৃহটো বাঁহেৰে নিৰ্মাণ কৰি দিয়ে।

বিধায়ক গৰাকীয়ে চৰকাৰৰ গৃহ বিভাগক ৰনখাম সীমান্ত আৰক্ষী চকীটো স্থায়ীকৈ নিৰ্মান কৰিবৰ বাবে আবেদন নিবেদন কৰি ভাগৰি পৰা বুলি উল্লেখ কৰি সীমান্ত বাসীৰ প্ৰতি বিজেপি চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব নাই বুলি ক্ষোভ উজাৰে।

নীৰ্মলেন্দু পাঠক

নীৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd